1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 2:34 pm

বতৰৰ ফল লেতেকুৰ আছে বহু উপকাৰিতা

  • Update Time : Wednesday, July 31, 2024

অসমৰ গ্ৰাম্য অঞ্চলৰ বাৰীবোৰত সততে দেখা যায় লেতুকু গছ। ভৰ বাৰিষাৰ সময়ত লমালমে খালে টেঙা-মিঠা এই ফলবিধ। হয়তো অসমত লেতেকু খাই নোপোৱা কোনো গাঁৱলীয়া লোক নোলাব। কিন্তু লেতেকুৰ যে কিছ্মান বিশেষ ঔষধি গুণ আছে সেয়া আমি বহুতেই নাজানো। আজি জানো আহক লেতেকুৰ কিছুমান স্বাস্থ্য গুণাগুণ –
. লেতেকুয়ে হজমী শক্তি বৃদ্ধি কৰে আৰু পেট খােলােচা কৰে।
. কেলচিয়াম থকা বাবে হাড়ৰ গঠন মজবুত কৰে ।অষ্টিওপৰ’ছিছ সমস্যাত ভােগা লােকে লেতেকু সেৱন কৰিলে উপকৃত হ’ব।
. প্রসাবৰ বিভিন্ন সমস্যাত লেতেকুৰ চৰবত উপকাৰী।
. ৰক্তহীনতা বা এনিমিয়া সমস্যাতাে লেতেকু উপকাৰী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme