1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 12:27 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

বতৰৰ ফল লেতেকুৰ আছে বহু উপকাৰিতা

  • Update Time : Wednesday, July 31, 2024

অসমৰ গ্ৰাম্য অঞ্চলৰ বাৰীবোৰত সততে দেখা যায় লেতুকু গছ। ভৰ বাৰিষাৰ সময়ত লমালমে খালে টেঙা-মিঠা এই ফলবিধ। হয়তো অসমত লেতেকু খাই নোপোৱা কোনো গাঁৱলীয়া লোক নোলাব। কিন্তু লেতেকুৰ যে কিছ্মান বিশেষ ঔষধি গুণ আছে সেয়া আমি বহুতেই নাজানো। আজি জানো আহক লেতেকুৰ কিছুমান স্বাস্থ্য গুণাগুণ –
. লেতেকুয়ে হজমী শক্তি বৃদ্ধি কৰে আৰু পেট খােলােচা কৰে।
. কেলচিয়াম থকা বাবে হাড়ৰ গঠন মজবুত কৰে ।অষ্টিওপৰ’ছিছ সমস্যাত ভােগা লােকে লেতেকু সেৱন কৰিলে উপকৃত হ’ব।
. প্রসাবৰ বিভিন্ন সমস্যাত লেতেকুৰ চৰবত উপকাৰী।
. ৰক্তহীনতা বা এনিমিয়া সমস্যাতাে লেতেকু উপকাৰী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme