1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 6, 2025, 4:34 pm

ফেচবুক, ইউটিউব সহিতে সৰ্বমুঠ ২৬ টা ছ’চিয়েল মিডিয়া এপত নিষেধাজ্ঞা আৰোপ কৰিলে নেপালৰ চৰকাৰে

  • Update Time : Saturday, September 6, 2025

এতিয়াৰে পৰা নেপালৰ বাসিন্দা বিৰত থাকিব লাগিব সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ পৰা, বৃহস্পতিবাৰে নেপালৰ চৰকাৰে গ্ৰহণ কৰে ডাঙৰ সিদ্ধান্ত যিয়ে এটা সৰ্বত্ৰে আলোড়ন সৃষ্টি কৰিছে। নেপালত নিষিদ্ধ কৰা হ’ল ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবকে ধৰি মুঠ ২৬টাকৈ ছ’চিয়েল মিডিয়া এপ। এতিয়াৰে পৰা নেপালৰ সাধাৰণ জনতাই ল’ব নোৱাৰিব এইসমূহ সামাজিক মাধ্যমৰ সুবিধা। দৰাচলতে চৰকাৰে এই কোম্পানীসমূহক নেপালত পঞ্জীয়ন কৰিবলৈ কৈছিল। যিবোৰ কোম্পানীয়ে সময়সীমা শেষ নোহোৱালৈকে পঞ্জীয়ন নকৰিলে, সেইবোৰ কোম্পানীক ব্যৱস্থা গ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে উক্ত সিদ্ধান্তটোক লৈ একাংশই সমালোচনা কৰাৰ লগতে বহুতো আগবঢ়াইছে নিজৰ প্ৰতিক্ৰিয়াও।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme