1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:50 am

ফুচকা নোখোৱাৰ বাবেই গিৰীয়েকক এৰি মাতৃৰ ঘৰলৈ গুচি গ’ল পত্নী!

  • Update Time : Monday, August 26, 2024

এয়া আগ্ৰাৰ ঘটনা। চাট খোৱাক লৈ স্বামী স্ত্ৰীৰ মাজত কন্দল।
পতি-পত্নীৰ মাজত বিবাদৰ এক অদ্ভুত গোচৰ পোহৰলৈ আহিছে, আগ্ৰাত সংঘটিত এক আশ্চৰ্য ঘটনা, য’ত স্বামী-স্ত্ৰীৰ কাজিয়াৰ কাৰণ হৈ পৰিছে চাট আৰু ফুচকা।
স্বামীয়ে পত্নীক চাট খুৱাব পৰা নাছিল যাৰ বাবে ক্ষুব্ধ পত্নীয়ে মাতৃগৃহলৈ গুচি যায় আৰু যোৱা এমাহ ধৰি মাতৃগৃহত বসবাস কৰি আছে। ঘৈণীয়েকে
বহুবাৰ গিৰিয়েকক বজাৰলৈ লৈ গৈ চাট আৰু ফুচকা কিনি দিবলৈ কৈছিল যদিও গিৰিয়েকে তাইৰ কথা নুশুনাত পত্নীৰ খং বাঢ়ি গৈ থাকিল, অৱশেষত
ঘৈণীয়েক খং কৰি গিৰিয়েকক এৰি মাক-দেউতাকৰ ওচৰলৈ গুচি গ’ল। আচৰিত, মাত্ৰ ফুচকাৰ বাবেই স্বামী স্ত্ৰীৰ মাজত কাজিয়া হৈ নিজ স্বামীক এৰি মাতৃগৃহলৈ গুচি গ’ল পত্নী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme