1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:57 am

প্ৰেমৰ প্ৰকাশ পূৰ্বে আপোনাৰ প্ৰিয়গৰাকীৰ সকলো কথা জানি লোৱাটো ভাল!

  • Update Time : Monday, August 26, 2024

আপোনাৰ প্ৰিয়গৰাকীক মনৰ কথা প্ৰকাশ কৰাৰ পূৰ্বে তেওঁৰ সকলো কথা জানি লোৱাটো ভাল। কাৰণ কিয় জানেনে?
কাৰণ বহু সময়ত দেখা যায় যে, সকলোবোৰ কথা নজনাৰ ফলত পিছত সম্পৰ্কত আউল লাগে। গতিকে প্ৰিয়গৰাকীৰ পচন্দ, অপচন্দ সকলো জানি লোৱাটো ভাল। এইধৰক আপোনাৰ প্ৰিয়গৰাৰকীয়ে কি ভাল পায় কি বেয়া পায় সকলো জানি লওঁক। সাধাৰণতে এটা সম্পৰ্কত অতীতৰ কথাই প্ৰভাৱ পেলাব নালাগে। কিন্তু তথাপি সকলো আগতীয়াকৈ জনাটো এইকাৰণে ভাল যাতে পিছত কোনো অসুবিধা নহয়। বা
কোনো কথাত লাগি সম্পৰ্ক বেয়া নহয়। প্ৰিয়গৰাকীৰ মন ভাল লগা ,বেয়া লগা কথাও জনাটো খুবেই দৰকাৰী এটা সম্পৰ্কত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme