1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 12:00 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

প্ৰেমিকৰ বিয়াত উপস্থিত প্ৰেমিকা, তাৰ পিছত সংঘটিত হ’ল এই ঘটনা

  • Update Time : Tuesday, May 14, 2024

কাহিনীটো শুনিলে আপুনিও আচৰিত হৈ পৰিব। বলীউডৰ চিনেমাৰ দৰেই কাহিনী। ‘judaai’ চিনেমাখন নিশ্চয় চাইছে য’ত অনিল কাপুৰৰ দুগৰাকী পত্নী থাকে। এনে বহুকেইখন চিনেমা আছে য’ত এনে দৰে দুগৰাকী পত্নী আছে।

আপুনি নিশ্চয় বলীউডৰ ছবিত অভিনেতাসকলে নিজৰ প্ৰকৃত প্ৰেমৰ বাবে যুঁজ দিয়া প্ৰায়ে দেখিছে। কিন্তু বাস্তৱ জীৱনত এইটো কেতিয়াবা দেখিছেনে?এনে এক ঘটনা সংঘটিত হৈছে শেহতীয়া। যিটো ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

আচলতে এখন বিয়া চলি আছে আৰু তাৰ মাজতে হঠাতে দৰাৰ প্ৰেমিকা আহি উপস্থিত হয় বিবাহথলীত। আশ্চৰ্যজনক কথাটো হ’ল প্ৰেমিকাগৰাকীয়ে কইনাৰ সাজ পিন্ধি আহি মঞ্চত উঠি কইনাৰ লগত কাজিয়া আৰম্ভ কৰে। এই কাজিয়া দেখি বিমোৰত পৰে গৰা। দৰাই দুয়োৰে মাজত হোৱা কাজিয়াও ভাঙিবলৈও চেষ্টা কৰে। কিন্তু দুয়োৰে কাজিয়া বেছিকৈ কৰাহে পৰিলক্ষিত হয়।

ইফালে এই কাজিয়া মাজতে সকলোৰে দৃষ্টি ঢোলবাদকজনৰ ফালেও যায়, যিয়ে ইমান গুৰুতৰ পৰিস্থিতিতো ঢোল বজাই থাকে। দৰা-কইনা, তেওঁৰ প্ৰেমিকা আৰু ঢোলবাদকজনক লৈ ইতিমধ্যেই আৰম্ভ হৈছে ব্যাপক চৰ্চা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme