1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:16 am

প্ৰেমিকক প্ৰেমিকাই দিছিল বিয়া পতাৰ প্ৰস্তাৱ, প্ৰেমিকে ক’লে No, আৰু তাৰপিছতেই

  • Update Time : Monday, January 27, 2025

মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। প্ৰেমিকৰ কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ। মৃত ২১ বছৰীয়া যুৱতীগৰাকীৰ নাম জন্মেশ্বৰী বসুমতাৰী। মৃত যুৱতীগৰাকীৰ ঘৰ ধেমাজিত। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিকক। চানমাৰী থানা এলেকাৰ গান্ধীবস্তিত সংঘটিত হৈছে এই ঘটনা। প্ৰেমিক ইন্দ্ৰজিৎ পাইটক ইতিমধ্যে চানমাৰী আটক কৰিছে আৰক্ষীয়ে। জানিব পৰা অনুসৰি প্ৰেমিক ইন্দ্ৰজিতৰ ঘৰ ধেমাজিৰ চিমেনচাপৰিত। দেওবাৰে ধেমাজিৰ পৰা প্ৰেমিকৰ গুৱাহাটীৰ ভাড়াঘৰলৈ লৈ আহিছিল যুৱতীগৰাকী। বিয়া পতাৰ প্ৰস্তাৱ প্ৰত্যাখানৰ বাবেই যুৱতীগৰাকী চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ আৰক্ষীৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme