1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:56 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

প্ৰেমক লৈ বিজ্ঞানে কি কয়?

  • Update Time : Saturday, February 24, 2024

প্ৰেম এনে এক অনুভৱ যি অনুভৱে দিয়ে এক অনাবিল শান্তি। প্ৰেম এক শ্বাস্বত, স্বৰ্গীয় অনুভূতি। প্ৰেমৰ নাই কোনো পৰিভাষা। প্ৰেম হল মানৱ জীৱনৰ এক সৰ্বশ্ৰেষ্ঠ
অনুভৱ। প্ৰেম আচলতে কৰা নাযায়, প্ৰেম হয় যায় প্ৰেমত বাৰু কিয় পৰে? বিজ্ঞানে প্ৰেমৰ কথা কি বুলি কয় জানেনে বাৰু? প্ৰেমৰ ওপৰত যদিও বিজ্ঞানীয়ে
বিজ্ঞানসন্মত তথ্য দাঙি ধৰিছে, আহকচোন মানুহ কেনেকৈ প্ৰেমত পৰে জানো-
*বিপদ-আপদৰ সময়ত কাৰোবাৰ পৰা সহানুভূতি পোৱাৰ আশাতেই বহুতেই প্ৰেমত পৰাৰ পোষকতা কৰে।
*মানুহে কেতিয়াওঁ অকলে জীয়াই থাকিব নোৱাৰে। প্ৰয়োজন হয় এগৰাকী জীৱন সংগীৰ। প্ৰেমে নি:সংগতা দূৰ কৰে।
*নিজকে সুন্দৰকৈ উপস্থাপন কৰিবলৈ মানুহ প্ৰেমত পৰে। প্ৰেমক আকৃষ্ট কৰাৰ বাবে এজন পুৰুষ বা নাৰীয়ে নিজৰ চেহেৰাৰ এক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰে।
*মানুহে নিজৰ অনুভূতি সদায় আনৰ আগত প্ৰকাশ কৰিব বিচাৰে। যাৰ বাবে মানুহে আনৰ লগত এক সম্পৰ্ক গঢ়িব বিচাৰে। প্ৰেমৰ মাধ্যমেৰে মানুহে সহজে আন এজন
মানুহৰ লগত অনুভূতি প্ৰকাশ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme