1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:25 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

‘প্ৰীতি নে প্ৰীতম’, নাম বিতৰ্কত চকলেটি গাৰ্ল প্ৰীতি জিন্টা

  • Update Time : Friday, December 15, 2023

প্ৰীতি জিণ্টা নে প্ৰীতম সিং! বিপাঙত পৰিছে বলিউড জগতৰ মোহময়ী অভিনেত্ৰী প্ৰীতি জিণ্টা! ছ’চিয়েল মিডিয়াত এতিয়া অনুৰাগীসকলৰ মাজত উক্ত বিষয়ক লৈ কৌতূহলৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। নিজৰ নামটোক লৈ হোৱা বিভ্ৰান্তি দূৰ কৰিবলৈ অভিনেত্ৰী প্ৰীতি জিন্টাই ১৪ ডিচেম্বৰত ছ’চিয়েল মিডিয়াত স্পষ্টিকৰণ দিছিল যে তেওঁ নিজৰ নাম কোনো ‘প্ৰীতম সিং”ৰ পৰা “প্ৰীতি জিন্টা” লৈ সলনি কৰা নাই। তেওঁ উল্লেখ কৰিছে যে -“মোৰ প্ৰকৃত নাম সদায় প্ৰীতি জিন্টা আৰু এতিয়া ইয়াত এটা জি{G}যোগ কৰিছো, জি {G} অৰ্থ গুডএনাফ। কিন্তু যিহেতু ই বহুত দীঘল হৈ পৰে গতিকে গুডেএনাফ কৰণে জি {G} বহুৱা হ’ল”।

অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সদৰি কৰিছে যে ১৯৯৮ চনত যেতিয়া ‘‘Soldier’’ বোলছবিখনৰ নিৰ্মাণৰ কাম চলি আছিল, সেই সময়ত সহ অভিনেতা ববি দেওলে তেওঁক মৰমতে ‘প্ৰীতম সিং’ বুলি জোকাঁইছিল। গতিকে তেওঁ শেষবাৰৰ বাবে অনুৰাগীসকলক এসময়ৰ চকলেটি গাৰ্ল হিচাপে পৰিচিত প্ৰীতি জিণ্টাই স্পষ্ট কৰি দিছে যে- ‘প্ৰীতম সিং মোৰ নাম কেতিয়াও নাছিল। মই সদায় আপোনালোকৰ প্ৰীতি হৈ আছোঁ’।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme