1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 3:41 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

প্ৰায়েই মাছ খাই নেকি আপুনি? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে!

  • Update Time : Saturday, July 13, 2024

মাছ প্ৰায় সকলোৰে প্ৰিয় নহয়নে? কিন্তু আপুনি জানেনে সঘনাই মাছ সেৱন কৰিলে হ’ব পাৰে বিপদ৷ মাছে পানীত থকা খাদ্য আৰু ৰাসায়নিক পদাৰ্থ গ্ৰহণ কৰে। এই সময়ছোৱাত মাছে পাৰা আৰু পিচিবি আদি ৰাসায়নিক পদাৰ্থও শোষণ কৰে।
. ডায়েটিচিয়ানসকলে কয় যে যদি আপুনি পাৰা আৰু পিচিবি যুক্ত মাছ বেছিকৈ সেৱন কৰে তেন্তে ই আপোনাৰ মগজু আৰু স্নায়ুতন্ত্ৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে। গতিকে এবাৰতে বৃহৎ পৰিমাণৰ মাছ খোৱাৰ পৰা বিৰত থাকিব লাগে।
. পাৰাযুক্ত মাছ সেৱন কৰিলে গৰ্ভৱতী মহিলা আৰু শিশুৰ যথেষ্ট ক্ষতি হব পাৰে। অত্যধিক পৰিমাণে মাছ সেৱন কৰিলে গৰ্ভপাতৰ আশংকা থাকিব পাৰে। একে সময়তে কিছুমান পৰিস্থিতিত শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশো বন্ধ হ’ব পাৰে।
. শিশু আৰু বৃদ্ধ লোকক পাৰাযুক্ত মাছ সেৱন কৰিবলৈ দিয়া উচিত নহয়। এইটো তেওঁলোকৰ বাবে অধিক মাৰাত্মক হ’ব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme