1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:09 am

প্ৰধানমন্ত্ৰী মোডীয়ে সনাতনী কৃষ্টিক লৈ ক’লে ডাঙৰ কথা

  • Update Time : Friday, September 15, 2023

দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাঁথো কেইটামান মাহ থকাৰ মাজতে বিৰোধী আৰু শাসকপক্ষৰ তৎপৰতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে৷ শেহতীয়াকৈ বিৰোধী ইণ্ডিয়া মৰ্চাই NCP প্ৰধান শৰদ পাৱাৰৰ ঘৰত সমন্বয় বৈঠকত দেশৰ ১৪ জনকৈ নিউজ এংকৰক বয়কট কৰাৰ পিচত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে প্ৰধানমন্ত্ৰী মোডীয়ে ছত্তীশগড়ত আসন্ন সাধাৰণ নিৰ্বাচনৰ বাবে ৰণদুন্দুভী বজোৱা পৰিলক্ষিত হয়। চত্তীশগড়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘সনাতন সংস্কৃতিৰ সৈতে জড়িত আমাৰ বিশ্বাস আৰু আমাৰ দেশৰ বিৰুদ্ধে চলা বৃহৎ ষড়যন্ত্ৰৰ বিৰুদ্ধে দেশবাসী সতৰ্ক হ’ব লাগিব।’ প্ৰধানমন্ত্ৰী মোডীৰ এই মন্তব্যৰ পিচতে নিশ্চিত হৈছে যে আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে গেৰুৱা বাহিনীৰ মুখ্য এজেণ্ডা হ’ব ‘সনাতন’৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme