1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:31 am

প্ৰত্যেকৰে পাকঘৰত সহজে উপলব্ধ জিৰাই কৰিব দিব ভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ!

  • Update Time : Tuesday, July 16, 2024

প্ৰতিজনৰে ঘৰতে সহজে উপলব্ধ জিৰা মছলাবিধে আপোনাক বহু ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে।
. জিৰাই পাচন তন্ত্ৰ শক্তিশালী কৰে। ইয়াক খোৱাৰ ফলত গেছ, বদহজম, এচিডিটিৰ সমস্যা আঁতৰ হয়।
. জিৰাই চৰ্দি-কাহ আৰু অনান্য ৰোগৰ সৈতে যুঁজিবলৈ সহায় কৰে।
. ওজন হ্ৰাস কৰাত জিৰাই সহায় কৰে।
. যিসকলে ছালৰ সমস্য়াত ভুগে সেই সকলে জিৰাৰ পানী সেৱন কৰক। জিৰাই শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰি শালমইনা আদিৰ পৰা আৰোগ্য কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme