1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 6:58 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

প্ৰতীকৰ ধুমুহাত পিছ পৰিব নেকি চুপাৰষ্টাৰ অক্ষয়, টাইগাৰ, অজয়?

  • Update Time : Monday, February 12, 2024

পিছ পৰিব নেকি বলিউড কিং অক্ষয়, টাইগাৰ আৰু অজয় দেৱগন! অহা ১০ এপ্ৰিলত মুক্তি পাব অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ “বদে মিয়ান ছোটে মিয়ান৷” একেটা দিনতে ঈদ উপলক্ষে মুক্তি পাব অজয় দেৱাগনৰ “মৈদান” ছবিৰ লগতে ১১ এপ্ৰিলত মুক্তি পাবলৈ গৈ আছে কেলেংকাৰী খ্যাতি প্ৰতীক গান্ধীৰ ছবি “ফুলে” ও ৷ চাবলৈ গলে এই ৩খন ছবি একেলগে আহিব ৷ কিন্ত অক্ষয় কুমাৰ,টাইগাৰ শ্ৰফ আৰু অজয় দেৱাগনক এইবাৰ চেৰ পেলাব নেকি প্ৰতীক গান্ধীয়ে?বক্স অফিচৰ দৌৰত কোন জয়ী হব সেয়া সময়েহে কব৷ প্ৰতীক গান্ধীৰ ফুলে

সাবিত্ৰীবাইৰ ফুলেৰে বায়পিক হবলৈ গৈ আছে প্ৰতীক গান্ধীৰ ফুল ৷ ছবিখনত অভিনেত্ৰী পাত্ৰলেখাক দেখা যাব সাবিত্ৰীবাইৰ ফুলেৰ চৰিত্ৰত৷ অনন্ত নাৰায়ন মহাদেৱনৰ পৰিচালনাৰে সাবিত্ৰী বাইৰ জন্মবাৰ্ষিকী দিনটোত অৰ্থাৎ ১১ এপ্ৰিলত ছবিখন মুক্তিৰ বাবে প্ৰস্ততি চলাইচে নিৰ্মাতাসকলে৷
অক্ষয় টাইগাৰৰ বদে মিয়ান ছোটে মিয়ান ছবিখন ইতিমধ্যে সাক্ষী হৈ পৰিছে এক বৃহৎ উন্মাদনৰ ৷ ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব অক্ষয় টাইগাৰৰ লগতে সোনাক্ষী সিনহা , জাহ্নবী কাপুৰৰ দৰে মহাতাৰকাকো৷ অমিত শৰ্মাৰ পৰিচালনাৰে অজয় দেৱাগনৰ মৈদান ছবিৰ প্ৰযোজক বনি কাপোৰ, আকাশ চাওলা আৰু অৰুনাভ জয় সেনগুপ্তা৷ এতিয়া অনুৰাগীসকলে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ছবিকেইখনৰ মুক্তি লাভৰ দিনটোলৈ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme