1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 12:01 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

প্ৰতিজন ডেকাৰ হেণ্ডচাম হোৱাৰ হেঁপাহ, কেনেকৈ নিজক Maintain কৰিব?

  • Update Time : Thursday, May 16, 2024

প্ৰতেজন ডেকা লৰাৰ হেঁপাহ যাতে তেওঁক হেণ্ডচাম দেখে৷ কিমান কি যে নকৰে নিজক হেণ্ডচাম কৰি ৰাখিবলৈ তথাপি বহু ডেকা এইক্ষেত্ৰত বিফল হৈ পৰে৷ বয়স যিমানেই নহওঁক হেণ্ডচাম হৈ থকাৰ আশা আৰু হেঁপাহ প্ৰতিজনৰ৷ বহু ডেকা বা পুৰুষ এনেও আছে যাৰ বয়স ৪০/৫০ হলেও হেণ্ডচাম হৈ আছে৷ উদাহৰণস্বৰূপে আমি অভিনেতা ৰবি শৰ্মা, উৎপল দাসৰ কথা ক’ব পাৰোঁ৷ ডেকা সকল বা পুৰষ সকল বহু বয়সৰ লৈকে কেনেকৈ হেণ্ডচাম হৈ থাকিব তাৰ কিছুমান টিপছ উল্লেখ কৰা হৈছে,
. সৰু-সুৰা নিয়ম মানি চলাৰ লগতে আমি খাদ্যৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া উচিত। কাৰণ বয়স বঢ়াৰ লগে লগে যিহেতুকে পাকস্থলী দুৰ্বল হয়, সেই কাৰণে পাকস্থলীয়ে সহজে হজম কৰিব পৰা খাদ্যসমূহ আমি খোৱা উচিত। বেছি মছলাযুক্ত আহাৰ, ঘি, মাখন, তেলযুক্ত খাদ্য পৰাপক্ষত নোখোৱাই ভাল৷
. দৈনিক যিকোনো বতৰৰ ফল এটা খোৱা উচিত। বয়স ধৰি ৰখাৰ এটা মহৌষধ হ’ল আমলখি।গতিকে প্ৰতিদিনে এটাকৈ আমলখি খোৱাৰ অভ্যাস কৰা উচিত।
. গ্ৰীন টি সেৱন কৰিলেও বহুদিনলৈ তাৰুণ্য ধৰি ৰাখিব পাৰি।
. খাদ্যৰ লগত নিয়মীয়াকৈ কেঁচা পিঁয়াজ খোৱা উচিত। কেঁচা পিঁয়াজে দেহৰ ৰক্ত বৃদ্ধি কৰে।
. শৰীৰত বয়সৰ ছাপ নপৰিবলৈ হ’লে মনটোক সদায় আনন্দত ৰখা দৰকাৰ। অত্যধিক চিন্তাৰ পৰা দূৰত থাকিব লাগে। নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ পৰা দূৰত থাকিব লাগে।
. ছালত কেতিয়াও চাবোন লগোৱা উচিত নহয়। কাৰণ চাবোনত ক্ষাৰযুক্ত পদাৰ্থ থাকে। এই ক্ষাৰযুক্ত পদাৰ্থই ছালখন খহটা কৰাৰ লগতে বাৰ্ধক্যৰ চাপ পেলায়।
. বেছি ভাগ ৪০ বছৰ বয়সৰ ঊৰ্ধ্বৰ পুৰুষ সকলৰ হাত-ভৰিৰ ছালখন লাহে লাহে কোঁচ খোৱা যেন দেখিলে বিশুদ্ধ নাৰিকল তেল বা অলিভ অইলেৰে গা ধোৱাৰ আধা ঘণ্টা আগতে মালিচ কৰা উচিত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme