1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 2, 2025, 10:52 am

পেৰিছ অলিম্পিকত এ.আৰ. ৰহমানৰ “তাল ছে তাল মিলা” গীতত নৃত্য প্ৰদৰ্শন আমেৰিকাৰ মহিলা কলাত্মক সাঁতোৰ দলটো

  • Update Time : Monday, August 12, 2024

পেৰিছ অলিম্পিকত আমেৰিকাৰ মহিলা কলাত্মক সাঁতোৰ দলটোৱে নৃত্য প্ৰদৰ্শন কৰিছে এ.আৰ. ৰহমানৰ “তাল ছে তাল মিলা” গীতটিত। বৰ্তমান এই ভিডিঅ’ই সমগ্ৰ ছ’চিয়েল মিডিয়াত খলকনি তুলিছে। বিশ্ব একুৱাটিক্স DOHA 2024 ত যিয়ে USA ARTISTIC SWIMMING TEAMক TAAL ৰ সংগীতত তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ
অনুপ্ৰাণিত কৰিছিল আইকনিক গীত ‘তাল ছে তাল মিলা” গীতটিয়ে। গীতটিত সুন্দৰ নৃত্য প্ৰদৰ্শন কৰাৰ পিছত এ.আৰ.ৰহমানে এক্সত ভিডিঅ’ শ্বেয়াৰ কৰি ধন্য়বাদ জনাইছে সকলোকে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme