1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 9, 2025, 10:40 am

পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ…২০২১ বৰ্ষৰ শেষৰটো সূৰ্যগ্ৰহণ

  • Update Time : Friday, December 3, 2021

ডিজিটেল ডেস্কঃ ১৯ নৱেম্বৰ, কাৰ্তিক পুৰ্ণিমাৰ দিনটোতেই ২০২১ বৰ্ষৰ শেষৰটো চন্দ্ৰগ্ৰহণ আছিল। এই চন্দ্ৰগ্ৰহণৰ ঠিক ১৫ দিন পিছত অৰ্থাৎ ৪ ডিচেম্বৰত হ’ব এই বৰ্ষৰ শেষৰটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। সূৰ্যগ্ৰহণৰ মহত্ব কেৱল জ্যোতিষশাস্ত্ৰতে আছে এনে নহয়। গ্ৰহণৰ বৈজ্ঞানিক ভিত্তিও আছে। ২০২১ বৰ্ষৰ অন্তিম আৰু দ্বিতীয়টো সূৰ্যগ্ৰহণ ৪ ডিচেম্বৰ শনিবাৰে হ’ব।

এই সূৰ্যগ্ৰহণ পূৱা ১০.৫৯ বজাত আৰম্ভ হ’ব আৰু সন্ধিয়া ৩ বাজি ৭ মিনিটত সম্পূৰ্ণ হ’ব। প্ৰায় ৪ ঘণ্টা ধৰি থাকিব এই গ্ৰহণ। এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ কিন্তু ভাৰতবৰ্ষত দৃশ্যমান নহয়। বছৰটোৰ অন্তিম সূৰ্যগ্ৰহণ এণ্টৰ্কটিকা, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাত দৃশ্যমান হ’ব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme