1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:48 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ…২০২১ বৰ্ষৰ শেষৰটো সূৰ্যগ্ৰহণ

  • Update Time : Friday, December 3, 2021

ডিজিটেল ডেস্কঃ ১৯ নৱেম্বৰ, কাৰ্তিক পুৰ্ণিমাৰ দিনটোতেই ২০২১ বৰ্ষৰ শেষৰটো চন্দ্ৰগ্ৰহণ আছিল। এই চন্দ্ৰগ্ৰহণৰ ঠিক ১৫ দিন পিছত অৰ্থাৎ ৪ ডিচেম্বৰত হ’ব এই বৰ্ষৰ শেষৰটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। সূৰ্যগ্ৰহণৰ মহত্ব কেৱল জ্যোতিষশাস্ত্ৰতে আছে এনে নহয়। গ্ৰহণৰ বৈজ্ঞানিক ভিত্তিও আছে। ২০২১ বৰ্ষৰ অন্তিম আৰু দ্বিতীয়টো সূৰ্যগ্ৰহণ ৪ ডিচেম্বৰ শনিবাৰে হ’ব।

এই সূৰ্যগ্ৰহণ পূৱা ১০.৫৯ বজাত আৰম্ভ হ’ব আৰু সন্ধিয়া ৩ বাজি ৭ মিনিটত সম্পূৰ্ণ হ’ব। প্ৰায় ৪ ঘণ্টা ধৰি থাকিব এই গ্ৰহণ। এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ কিন্তু ভাৰতবৰ্ষত দৃশ্যমান নহয়। বছৰটোৰ অন্তিম সূৰ্যগ্ৰহণ এণ্টৰ্কটিকা, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাত দৃশ্যমান হ’ব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme