1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:06 pm

পুত্ৰ আৰহানে বজাইছে গীটাৰ, কাৰণ পিতৃ আৰবাজৰ বিয়া, সবিশেষ ➡

  • Update Time : Monday, December 25, 2023

বলিউড অভিনেতা অৰবাজ খানে ২৪ ডিচেম্বৰ, দেওবাৰে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব।
বলিউড জগতৰ প্ৰতিষ্ঠিত মেকআপ আৰ্টিষ্ট শ্বুৰা খানৰ সৈতে অভিনেতাগৰাকীৰ দ্বিতীয়খন বিবাহৰ চৰ্চা ছ’চিয়েল মিডিয়াত এতিয়া সৰৱ৷
আনহাতে পিতৃ আৰবাজ খানৰ বিবাহ অনুষ্ঠানত পুত্ৰ আৰহান খানক দেখিবলৈ পোৱা গৈছে
ব্যতিক্ৰমী ৰূপত৷ য’ত আৰহান খানে গীটাৰ পৰিবেশন কৰি পিতৃৰ বিবাহ অনুষ্ঠানৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ সম্প্ৰতি ভাইৰেল হোৱা ভিডিঅ’টোত
দেখিবলৈ গৈছে যে আৰবাজ খানে পুত্ৰৰ গীটাৰ পৰিবেশন নিজ কেমেৰাত বন্দী কৰিছে। নেট দুনীয়াত এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে
ভিডিঅ’টোক কেন্দ্ৰ কৰি অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme