1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:17 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

নৱাগতা আশা ৰিয়াৰ সৈতে যতীন বৰা, ৰূপৰ যাদু নে অভিনয়ৰ দক্ষতা?

  • Update Time : Sunday, September 17, 2023

অসমৰ সাংস্কৃতিক জগতত ভ্ৰাম্যমাণ নাট্যদল সমূহৰ অৱদান অপৰিসীম। ১৯৬৩ চনৰ পৰা বৰ্তমানলৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত ৰখাৰ অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে ভ্ৰাম্যমাণ জগতৰ অভিনেতা অভিনেত্ৰীসকলৰ লগতে কলা-কুশলীসকলে৷ ২০২৩ নাট্যবৰ্ষৰ বিভিন্ন ভ্ৰাম্যমাণ নাট্য দলসমূহে নাটসমূহ আখৰাগৃহৰ পৰা ওলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমান প্ৰদৰ্শিত হৈ আছে। বৰ্তমানো ভ্ৰাম্যমাণ নাট্য দল সমূহৰ জনপ্ৰিয়তা ইমানেই বেছি যে প্ৰচণ্ড বতাহ, বৰষুণ কাতি কৰি হ’লেও নাট্যপ্ৰেমী ৰাইজে উপভোগ কৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট৷
জনতাৰ মাজত এই আকৰ্ষণ বজাই ৰখাৰ অহোপুৰোষাৰ্থ চেষ্টা চলাই আহিছে ভ্ৰাম্যমাণ জগতৰ প্ৰতিটো নাট্যদলে৷ সেয়া কহিনুৰ থিয়েটাৰেই হওক বা আৱাহন বা ৰাজতিলক বা হেঙুল৷ একেদৰে ভ্ৰাম্যমাণে দিছে বহু নৱাগতক উৎকৃষ্ট মঞ্চ। এইবাৰ ভ্ৰাম্যমাণৰ মঞ্চত দেখিবলৈ পাব নৱাগতা আশা ৰিয়াক।
শেহতীয়াকৈ ২০২৪-২৫ নাট্যবৰ্ষত অসমৰ আগশাৰী ভ্ৰাম্যমাণ নাট্যদল ইতিহাস থিয়েটাৰত সৈতে চুক্তিবদ্ধ হৈছে বলিষ্ঠ অভিনেতা যতিন বৰা আৰু মোহময়ী অভিনেত্ৰী আশা ৰিয়া ফুকন ভ্ৰাম্যমাণ জগতৰ এই আগতীয়া খবৰে এটা বিষয় স্পস্থ কৰিছে যে অতিশীঘ্ৰেই ভ্ৰাম্যমাণ জগতত আহিছে পৰিৱৰ্তনৰ জোৱাৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme