1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:45 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

নৱবৰ্ষৰ পহিলা দিনটোতে দুখবৰ, জেষ্ঠ সাংবাদিক আদিত্য শইকীয়াৰ দেহাৱসান

  • Update Time : Saturday, January 1, 2022

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ জেষ্ঠ সাংবাদিক আদিত্য শইকীয়াৰ দেহাৱসান। দৈনিক অসম কাকতত ডিব্ৰুগড়ৰ পৰা জেষ্ঠ সাংবাদিক হিচাপে কৰ্মৰত আছিল শইকীয়া।
দীৰ্ঘদিন ধৰি লিভাৰৰ ৰোগত আক্ৰান্ত হৈ আছিল বৰুৱা। জানুৱাৰীৰ পহিলা দিনটোতেই শেষ নিশ্বাস ত্যাগ কৰে শইকীয়াই। শইকীয়াৰ মৃত্যুত সমগ্ৰ ডিব্ৰুগড়তে শোকৰ ছাঁ পৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme