1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:35 am

নৱবৰ্ষৰ পহিলা দিনটোতে দুখবৰ, জেষ্ঠ সাংবাদিক আদিত্য শইকীয়াৰ দেহাৱসান

  • Update Time : Saturday, January 1, 2022

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ জেষ্ঠ সাংবাদিক আদিত্য শইকীয়াৰ দেহাৱসান। দৈনিক অসম কাকতত ডিব্ৰুগড়ৰ পৰা জেষ্ঠ সাংবাদিক হিচাপে কৰ্মৰত আছিল শইকীয়া।
দীৰ্ঘদিন ধৰি লিভাৰৰ ৰোগত আক্ৰান্ত হৈ আছিল বৰুৱা। জানুৱাৰীৰ পহিলা দিনটোতেই শেষ নিশ্বাস ত্যাগ কৰে শইকীয়াই। শইকীয়াৰ মৃত্যুত সমগ্ৰ ডিব্ৰুগড়তে শোকৰ ছাঁ পৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme