ডিজিটেল ডেস্কঃ নিবনুৱাসকলৰ বাবে ভাল খবৰ, অসম আৰক্ষীত বৃহৎ নিযুক্তি। কনিষ্টবল পদৰ বাবে ৪৭০ টা পদ মুকলি, আজিৰে পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। প্ৰাৰ্থীসকলে অনলাইনযোগে কৰিব লাগিব আবেদন, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন।
https://police.assam.gov.in অথবা https://apcap.in/reg-inst/page জৰিয়তে কৰিব পাৰিব আবেদন। আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ অহা ১৭ মাৰ্চ ২০২২। পদসমূহৰ সবিশেষ তলত দিয়া ধৰণৰঃ
১. কনিষ্টবল (WO/WT/OPR)
পদৰ সংখ্যা : ৪৪১ টা
অসংৰক্ষিত : ৩১২ পদ
OBC/MOBC: ৯০ পদ
SC: ২১ পদ
ST (ভৈয়াম): ১৬ পদ
ST (পাৰ্বত্য): ০২ পদ
শিক্ষাগত অৰ্হতা: ১০+২ (বিজ্ঞান) কোনো স্বীকৃতি প্ৰাপ্ত ব’ৰ্ডৰ পৰা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত (পিচিএম)ৰ সৈতে উত্তীৰ্ণ হ’ব লাগিব। লগতে ১০+২ (বিজ্ঞান) পৰীক্ষাৰ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতত (পিচিএম) উত্তীৰ্ণ নম্বৰ থাকিব লাগিব। পে স্কেল: ১৪,০০০-৬০,৫০০/- (পে বেণ্ড ২), গ্ৰেড পেৰ সৈতে। ৬,২০০/- অন্যান্য এডজাষ্টেবল এলাউঞ্চ।
২. কনিষ্টবল (UB)
পদৰ সংখ্যা: ০২ টা
অসংৰক্ষিত : ০১টা পদ
OBC/MOBC: ০১টা পদ
শিক্ষাগত অৰ্হতা: স্বীকৃতি প্ৰাপ্ত ব’ৰ্ডৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব। পে স্কেল: ১৪,০০০-৬০,৫০০/- (পে বেণ্ড ২), গ্ৰেড পেৰ সৈতে। ৫,৬০০/- আৰু অন্যান্য এডজাষ্টেবল এলাউঞ্চ।
৩. কনিষ্টবল (Messenger)
পদৰ সংখ্যা – ১৪ টা
অসংৰক্ষিত: ০৬ পদ
OBC/MOBC: ০৬ পদ
SC: ০১ পদ
ST (ভৈয়াম): ০১ পদ
শিক্ষাগত অৰ্হতা: স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা উত্তীৰ্ণ হ’ব লাগিব লগতে এলএমভি, এমএমভি আৰু এইচএমভি আদিৰ বাবে বৈধ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব।। পে স্কেল: ১৪,০০০-৬০,৫০০/- (পে বেণ্ড ২), গ্ৰেড পেৰ সৈতে। ৫,২০০/- আৰু অন্যান্য এডজাষ্টেবল।
৪. কনিষ্টবল (Carpenter)
পদৰ সংখ্যা: ০৩ টা
অসংৰক্ষিত : ০২ পদ
SC : ০১ পদ
শিক্ষাগত অৰ্হতা: HSLC বা সমতুল্য পৰীক্ষাত কোনো স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা উত্তীৰ্ণ হব লাগিব আৰু বাণিজ্য শাখাৰ পাঠ্যক্ৰমত নিৰ্ধাৰিত আই.টি.আই. ৰ পৰীক্ষাত উত্তীৰ্ণ হব লাগিব। পে স্কেল: ১৪,৫০০-৬০,৫০০/- টকা (পে বেণ্ড ২), ৫,২০০/- টকাৰ গ্ৰেড পে উপলব্ধ হব৷
৫. কনিষ্টবল (Dispatch Rider)
পদৰ সংখ্যা : ১০ পদ
অসংৰক্ষিত : ০৪ পদ
OBC/MOBC: ০২ পদ
SC: ০১ পদ
ST (ভৈয়াম): ০২ পদ
ST (পাৰ্বত্য): ০১ পদ
শিক্ষাগত অৰ্হতা: স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা এইচএছএলচি ত উত্তীৰ্ণ হব লাগিব, এলএমভি, এমএমভি আৰু এইচএমভি বাবে বৈধ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব।
পে স্কেল: ১৪,০০০-৬০,৫০০/- টকা (পে বেণ্ড ২), ৫,২০০/- টকাৰ গ্ৰেড পে আৰু অন্যান্য গ্ৰহণযোগ্য ভাট্টাৰ থাকিব।