1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 3:45 pm

নাৰ্ছৰ কাণ্ড দেখিলে আপুনিও ক’ব ছি: ছি:!

  • Update Time : Wednesday, September 20, 2023

ছ’চিয়েল মিডিয়াত ভাইৰেল এটা দৃশ্য। এগৰাকী নাৰ্চে এনেদৰে এগৰাকী ৰোগীক কৰিছে দুৰ্ব্যৱহাৰ। আচল কাহিনীটো হৈছে গুৱাহাটীৰ দিছপুৰ পলিক্লিনিকত দুটি যমজ সন্তান প্ৰসৱৰ পিছত ৰিহানাচ পাৰবিন নামৰ এগৰাকী মহিলাৰ ইতিমধ্যে মৃত্যু হৈছে। কিন্তু চিকিৎসাৰ সময়ত আচলতে চলিছিল কি? এগৰাকী ৰোগীক এনে ব্যৱহাৰ গ্ৰহণযোগ্যনে? ভিডিঅ’টো চোৱাৰ পিছত আপোনাৰো মনলৈ আহিব বহু প্ৰশ্ন। এজনী নাৰ্চৰ, শয্যাগত ৰোগী এগৰাকীৰ প্ৰতি কি বিভৎস কাণ্ড। এইসকল নাৰ্চ নে অন্য কিবা! যাক আশা কৰি এখন চিকিৎসালয়ত এগৰাকী ৰোগীক পৰিয়ালে সুস্থ কৰিবলৈ এৰি দিয়ে চিকিৎসাকৰ্মীৰ হাতত। দিছপুৰ পলিক্লিনিকৰ দৰে এখন পুৰণি চিকিৎসালয়ত কিদৰে ঘটে এনে ঘটনা? এইয়া এক সন্দেহৰ বিষয়। চ’ছিয়েল মিডিয়াত ভাইৰেল এই দৃশ্যই অৱতাৰনা কৰিছে বহু প্ৰশ্নৰ। স্বাস্থ্য বিভাগৰো হয়তো কৰনীয় বহু আছে এই ক্ষেত্ৰত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme