1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:24 am

নাকৰ খজুৱতিৰ পৰা কেনেকৈ সকাহ পাব?

  • Update Time : Friday, September 20, 2024

পৰিৱৰ্তনশীল বতৰ বা যিকোনো এলাৰ্জিৰ বাবে কেতিয়াবা নাকত খজুৱতি হয়। নাকত ধূলি-মাটি সোমালেও খজুৱতি হয়। কিন্তু যদি এই খজুৱতি দীৰ্ঘদিনলৈ থাকে,
তেন্তে ই বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত উশাহ লোৱাত অসুবিধা হয়। কি কি কাৰণত নাকত খজুৱতি হয় জানি লওঁক,
. সুগন্ধি বা যিকোনো সামগ্ৰীৰ পাৰ্শ্বক্ৰিয়াৰ বাবে নাকত খজুৱতি হ’ব পাৰে।
. বহুসময়ত নাকত ধূলি সোমাই যায়। ফলত পিছত নাকটো খজুৱাই থাকিব পাৰে।
. চিগাৰেট বা বিড়িৰ ধোঁৱাইও এই সমস্যাৰ সৃষ্টি কৰিব পাৰে।

নাকৰ খজুৱতিৰ পৰৰা সকাহ কেনেকৈ পাব.
.আপুনি ক’লা জালুক খাইও নাকৰ খজুৱতি দূৰ কৰিব পাৰে।যদি এলাৰ্জিৰ বাবে নাকত খজুৱতি হয়, তেনেহ’লে জালুক ইয়াৰ বাবে খুবেই উপকাৰী।
কুহুমীয়া পানীত জালুকৰ গুৰি আৰু মৌ মিহলি কৰি খালে নাকৰ খজুৱতিৰ সমস্যাৰ পৰা সোনকালে সকাহ পাব পাৰি
. ছালৰ খজুৱতি আঁতৰাবলৈ আপুনি হালধিও ব্যৱহাৰ কৰিব পাৰে।কুহুমীয়া পানী বা গাখীৰৰ সৈতে ১ চাহ চামুচ হালধি মিহলি কৰি ৰাতি খালে নাকৰ খজুৱতি নাইকিয়া হয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme