1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:46 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ধুনীয়া হ’বলৈ খৰচ কৰিছিল ৪কোটি, কিন্তু হ’লগৈ এয়া…

  • Update Time : Tuesday, July 12, 2022

ডিজিটেল ডেস্কঃ ধুনীয়া হবলৈ মানুহে নকৰে কি! সকলো মানুহেই নিজক ধুনীয়াকৈ ৰখাৰ বাবে পাৰ্যমানে চেষ্টা কৰে। কিন্তু জোখতকৈ অধিক সকলো বেয়া, শেহতীয়াকৈ তেনে এক ঘটনাই হল আমেৰিকাত। আমেৰিকাৰ চুপাৰষ্টাৰ কিম কাৰ্দাচিয়ান (Kim Kardashian) নিজৰ শৰীৰ আৰু ৰূপৰ বাবে সদায়েই চৰ্চাত থাকে। নিজকে ধুনীয়া কৰি ৰাখিবলৈ কোটি কোটি টকা খৰচ কৰি এইগৰাকী চুপাৰষ্টাৰে কৰে মুখ আৰু দেহৰ চাৰ্জাৰী। কিন্তু অতি শেহতীয়াকৈ তেওঁ কৰা এটা ছাৰ্জাৰীৰ পাছত তেওঁৰ মুখৰ অৱস্থা অতিকৈ বেয়া হৈ পৰে। তেওঁৰ মুখমণ্ডল ইমানেই বেয়া হৈ পৰে যে, এতিয়া অনুৰাগীয়ে তেওঁক চিনিবই নোৱাৰিব।

Woman spent $600K to be Kim Kardashian, now paying $120K to 'detransition'

বিগত ১২বছৰত কিম কাৰ্দাচিয়ান (Kim Kardashian)নে ৪০বাৰকৈ চাৰ্জাৰী কৰাইছে। ২৯বছৰীয়া চেলিব্ৰেটীগৰাকীয়ে কেৱল চাৰ্জাৰী বাবদেই আজিলৈকে কোটি কোটি টকা খৰচ কৰিছে। মুখমণ্ডল বিকৃত হৈ পৰা চাৰ্জাৰীটোৰ বাবদত তেওঁ 4,77,84,300টকা খৰচ কৰিছে। কিন্তু অতিপাত চাৰ্জাৰীৰ বাবেই কিম কাৰ্দাচিয়ান (Kim Kardashian)ৰ মুখমণ্ডল পূৰ্বতকৈ বেয়াহে হৈ পৰে।

Woman spent $600K to be Kim Kardashian, now paying $120K to 'detransition' | Trending News – India TV

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme