1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:06 am

ধাৰাবাহিক সাফল্য! ISRO লৈ অলকেশ কলিতা…

  • Update Time : Wednesday, December 22, 2021

ডিজিটেল ডেস্কঃ এটাৰ পিছত আনটো সাফল্য ৰাজ্যলৈ। মহাকাশ বিজ্ঞানত অসম সন্তানে ধাৰাবাহিক কৃতিত্ব দাঙি ধৰিবলৈ সক্ষম হৈছে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ISRO-ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে তিতাবৰৰ অলকেশ কলিতা।

নগাঁওৰ যুৱতী নাজনীন ইয়াছমিনৰ সফলতাৰ পিছতেই এইবাৰ তিতাবৰৰ যুৱক অলকেশে সাফল্য কঢ়িয়াই অনাটোৱে সুখী কৰি তুলিছে ৰাজ্যবাসীৰ লগতে তিতাবৰবাসী ৰাইজকো।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme