1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:18 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ধাৰাবাহিক সাফল্য! ISRO লৈ অলকেশ কলিতা…

  • Update Time : Wednesday, December 22, 2021

ডিজিটেল ডেস্কঃ এটাৰ পিছত আনটো সাফল্য ৰাজ্যলৈ। মহাকাশ বিজ্ঞানত অসম সন্তানে ধাৰাবাহিক কৃতিত্ব দাঙি ধৰিবলৈ সক্ষম হৈছে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ISRO-ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে তিতাবৰৰ অলকেশ কলিতা।

নগাঁওৰ যুৱতী নাজনীন ইয়াছমিনৰ সফলতাৰ পিছতেই এইবাৰ তিতাবৰৰ যুৱক অলকেশে সাফল্য কঢ়িয়াই অনাটোৱে সুখী কৰি তুলিছে ৰাজ্যবাসীৰ লগতে তিতাবৰবাসী ৰাইজকো।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme