1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:36 am

ধন সম্পত্তি বৃদ্ধি পাবলৈ মানি চলক কিছু সৰু সুৰা নিয়ম!

  • Update Time : Saturday, June 1, 2024

প্ৰতিগৰাকীৰে ঘৰত লক্ষ্মী মাৰ উপস্থিতি কামনা কৰে৷ সকলোৱে লক্ষ্মী মাৰ উপস্থিতিৰ বাবে বহু কৰ্ম কৰে কিন্তু তথাপি কোনো ফল লাভ নকৰে৷ এনে স্থলত আপুনি কি কৰিব জানি লওঁক-
. ঘৰত ভঙা আইনা আছে নেকি? যদি আছে শীঘ্ৰেই পেলাই দিয়ক৷ ভঙা আইনা থাকিলে বেয়া শক্তি প্ৰৱেশ কৰে আৰু লক্ষ্মী মাৰ উপস্থিতি নোহোৱা হয়৷
. কেতিয়াও আপোনাৰ শুৱা কোঠালিত হালধীয়া ৰঙৰ ফুল নাৰাখিব৷
. ঘৰ সৰা ঝাৰু বা চোতাল সৰা ঝাৰু ডাল কোনো মানুহে নেদেখা ঠাইত ৰাখিব অন্যথা আপোনাৰ গৃহত লক্ষ্মী মাই প্ৰৱেশ নকৰিব৷
. ঘৰত তুলসী পুলি ৰুব আৰু তুলসী পুলিটো সদায় যত্ন লব৷
. সন্ধ্যা সকলোৰে ঘৰত নিম পাতৰ সৈতে ধূনা জ্বলাব লাগে৷
. যদি আপোনাৰ কোনোবাই ক্ষতি কৰিছে তেন্তে আপুনি শুৱা ৰুমত লোহাৰৰ কোনো এবিদ বস্তু ৰাখক এনেস্থলত বেয়া শক্তি দূৰ হ’ব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme