1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:50 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

দ্বিতীয় বৰভাগ ক্লাব গ’লফত চেম্পিয়নৰ খিতাপ আজুৰিলে গুৱাহাটী ৰেলৱে গ্ৰীণ ক্লাবে…

  • Update Time : Monday, January 9, 2023

ডিজিটেল ডেস্কঃ  তেজপুৰৰ জিটিএ গ’লফ কোৰ্চত যোৱা ৮ জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা দ্বিতীয় বৰভাগ কাপ, ইণ্টাৰ ক্লাব গ’লফ টুৰ্ণামেণ্টত এছএন চৌধুৰী, সঞ্জয় চৌধুৰী, সঞ্জীৱ জৈছৱাল, গৌতম বৰকটকীৰ দল গুৱাহাটী ৰেলৱে গ্ৰীণ ক্লাব চূড়ান্ত বিজয়ী হবলৈ সক্ষম হয় ।

ৰানাৰ্ছ আপৰ হবলৈ সক্ষম হয় জাকিৰ হুছেইন, ৰাঘব শুক্লা, আনছু শুক্লা, চন্দন শইকীয়া আৰু অজয় শুক্লাৰ দল মিছা প’ল’ ক্লাব । মহিলাৰ শাখাত খনশ্ৰী ব্ৰহ্ম চূড়ান্ত বিজয়ী আৰু ও’মা তিৱাৰী টাৰীয়ানে ৰানাৰ্ছ আপৰ বঁটা লাভ কৰে

বেষ্ট গ্ৰছ (০-৩০)ত বিজয়ী হয় জাকিৰ হুছেইন আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল আৰ.এছ. ভাণ্ডাৰী। বেষ্ট নেট (০-৩)ত বিজয়ী হয় জ’হানন ৰামংগ আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল এছ.কে.টেৰী ।

ষ্টেবল ফৰ্ড (০-৯)ত বিজয়ী হয় সঞ্জীৱ জৈছৱাল আৰু ৰানাৰ্ছ আপ হয় ভাকু কুমাৰ । ষ্টেবল ফৰ্ড (১০-১৭)ত বিজয়ী হয় লেফটানেন্ট কৰ্ণেল কুলদ্বীপ গেহলট আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল এন.এপি. এছ ৰাঘব, ষ্টেবল ফৰ্ড (১৮-২৪)ত বিজয়ী হয় কৰ্ণেল এম.চাগীৰ আলি আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল অমৰ নাথ । প্ৰ’ গ্ৰছত বিজয়ী হয় মনোজ ভূমিজ আৰু ৰানাৰ্ছ আপ হয় দেবেন ভূমিজ ।

স্কিল শাখাত ক্লজেষ্ট টু পিনৰ বঁটা লাভ কৰে সঞ্জীৱ জৈছৱালে , ষ্ট্ৰেইট ড্ৰাইভত বঁটা লাভ কৰাৰ অমিত শুক্লবৈদ্য আৰু কৰ্ণেল আৰ.এছ। ভণ্ডাৰি ।বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ (আইএএছ)বৰভাগ ফাউণ্ডেচনৰ উত্তৰ পূৰ্বাঞ্চলত গ’লফৰ প্ৰচাৰৰ বাবে এই পদক্ষেপক প্ৰশংসা কৰে ।

বৰভাগ ফাউণ্ডেচন আয়োজন কৰা বৰভাগ কাপৰ উদেশ্য হল উত্তৰ পূৰ্বাঞ্চলত গ’লফ খেলৰ জনপ্ৰিয়তা বৃদ্ধি কৰা কিয়নো এতিয়া গ’লফ বৰ্তমান অলিম্পিকৰ অংশ ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme