1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:02 pm

দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

  • Update Time : Sunday, June 30, 2024

মাটিকঁঠাল প্ৰিয় নে আপোনাৰ? যদি প্ৰিয় জানি লওক ইয়াৰ উপকাৰিতাৰ বিষয়ে৷
. চকুৰ তলৰ অংশ ফুলা এনে ধৰণৰ ৰোগত মাটিকঁঠালৰ ৰস সেৱন কৰিলে ৰক্ষা পোৱা যায়৷
. বিভিন্ন ৰোগৰ পৰা হাত সাৰিবলৈ চিকিৎসকে মাটিকঁঠাল খোৱাৰ পৰামৰ্শ প্ৰদান কৰে৷
. মাটিকঁঠালে হাড় স্বাস্থ্যৱান কৰি ৰাখে৷
. মাটিকঁঠালে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কম কৰে৷
. যকৃত বৃদ্ধি, মূত্ৰ জনিত সমস্যাৰ বাবে মাটিকঁঠাল খোৱাটো খুব প্ৰয়োজনীয়৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme