1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:03 am

দীৰ্ঘসময়লৈকে কাম কৰি থাকিলে BACK PAIN হয় নেকি?

  • Update Time : Saturday, August 3, 2024

কৰ্মস্থলীত বহি কাম কৰা লোকসকলে প্ৰায়ে কঁকালৰ তলৰ অংশৰ বিষৰ সমস্যাত ভোগে । ইয়াৰ এটা প্ৰধান কাৰণ হ’ল দীৰ্ঘসময়লৈকে একেটা অৱস্থাতে বহি থকা অৱস্থাত কাম কৰা । দ্বিতীয় কাৰণটো হ’ল বহাৰ ভুল ভংগীমা । যদিহে কাম কৰি থকা অৱস্থাত কঁকাল টানি ধৰা যেন অনুভৱ হয় তেতিয়া কি কৰিব জানি লওঁক,

.নিজৰ ঠাইত থিয় হৈ দুয়োখন হাত ডেস্কত ৰাখক৷ ভৰি দুখন অলপ পিছলৈ লৰচৰ কৰক ৷ এতিয়া উশাহ লওঁতে ডিঙিটো ওপৰলৈ তুলি কঁকালটো তললৈ হেঁচা মাৰি ধৰিব ৷
দুবাৰৰ পৰা তিনিবাৰ এই ষ্ট্ৰেচিং কৰিলে কঁকালৰ তলৰ অংশৰ বিষৰ কোনো সমস্যা নহয় আৰু যদি আছে তেন্তে ই আপোনাক যথেষ্ট সকাহ দিয়ে ৷

আনহাতে যদিহে আপোনাৰ শৰীৰৰ ওপৰৰ অংশ টানি ধৰা যেন লাগে তেতিয়া,

.ইয়াত বাওঁহাতখন সোঁহাতৰ আঁঠুত থৈ সোঁহাতখন মূৰৰ ওপৰলৈ লৈ বাওঁফালে বেঁকা হওক৷ এনেকৈ দুই তিনিবাৰ কৰিলেই ভাল পাব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme