1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:22 am

দাড়িৰে মহিলাক দাঙি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড

  • Update Time : Monday, November 22, 2021

ডিজিটেল ডেস্কঃ মানুহে বিখ্যাত হোৱাৰ আকাংক্ষাৰে যে কি নকৰে! গিনিজ বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিবলৈকে অদ্ভুত কিছু কাৰ্য কৰিবলৈও কুণ্ঠাবোধ নকৰে৷ সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা হৈছে এখন বিশেষ ফটোৰ লগতে এটা ভিডিঅ৷

মানুহজনে দাড়িৰে এগৰাকী মহিলাক দাঙি লোৱা দেখা গৈছে৷ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে ভিডিঅ’টোৰ শিৰোনাম দিছে অন্তনাস কণ্টিমাছ৷ দাড়িৰ সৈতে এতিয়ালৈকে আটাইতকৈ গধুৰ ওজন তোলা ব্যক্তিসকলৰ ভিতৰত স্থান লাভ কৰিছে ব্যক্তিজনে৷

দাড়িৰে দঙা মহিলাগৰাকীৰ ওজন ৬৩ কিলোগ্ৰামতকৈও অধিক। দাড়ি ব্যৱহাৰ কৰি আটাইতকৈ গধুৰ ওজন উঠোৱা এণ্টানাছ কণ্ট্ৰিমাছ (অন্তনাস কণ্ট্ৰিমাছ)ৰ ভিডিঅ’ ক্লিপটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme