দাঁতত দাগ পৰিছে নেকি? আমি গৰমৰ দিনত দেহ শীতল কৰিবলৈ বজাৰত পোৱা নানান কোম্পানীৰ শীতল পানীয় পান কৰোঁ। এনে শীতল পানীয়ৰ নানাৰক অপকাৰী দিশ থাকে,
যাৰ বাবে দাঁতত কিছু দাগ পৰা দেখা যায়। যদি আপোনাৰ দাঁতত দাগ পৰিছে তেন্তে মাত্ৰ দুটা ঘৰুৱা উপায়েৰে দাঁতৰ দাগ দূৰ কৰিব পাৰিব।
. প্ৰথম উপায়টো হ’ল মেথি গুটি ব্যৱহাৰ। মেথি গুটি পিহি গুৰি কৰি লওঁক। মেতিৰ গুটিৰ গুৰিৰে দাঁত মাজিলে দাঁতৰ দাঁগ দূৰ হ’ব।
. নাৰিকল তেলৰ সৈতে নিমখ মিহলি কৰি দাঁত ঘঁহাৰ লগতে দাঁতৰ আলু মালিচ কৰক।