1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 6:24 pm
Trending:
৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع

টকাৰ বাবে চিকিৎসকে কৰিলে নিকৃষ্ট কাণ্ড, ভিডিঅ’ ভাইৰেল, ICU-ৰ পৰা পলাল ৰোগী

  • Update Time : Thursday, March 6, 2025

কাৰেণ্ট ট্ৰেণ্ড অসম ডিজিটেল ডেস্কঃ ব্যক্তিগত খণ্ডৰ হাস্পতালত আচলতে কি চলে তাকেই উদঙালে এগৰাকী ৰোগীয়ে। ICU- ৰ পৰা প্ৰস্ৰাৱৰ বেগ লৈ হাস্পতালৰ পৰা পলায়ন কৰিলে ৰোগীয়ে। ঘটনাৰ বিৱৰণী অনুসৰি, চিকিৎসকে ৰোগীজনক চিকিৎসালয়ত ভৰ্তি কৰি পৰিয়ালৰ লোকক ৰোগী গৰাকী ক’মাত যোৱা বুলি কৈছিল। লগতে উন্নত চিকিৎসাৰ বাবে ৰোগীৰ পৰিয়ালক অধিক ধন যোগাৰ কৰিবলৈ কৈছিল৷ এই সকলো কথা ৰোগীয়ে গম পাই, চেগ বুজি ICU কক্ষৰ পৰা পলায়ন কৰে৷ অৰ্ধনগ্ন অৱস্থাত ৰোগীজনে বাহিৰলৈ আহি ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজক সকলো অৱগত কৰে৷ সম্প্ৰতি চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছে ঘটনাৰ ভিডিঅ’৷ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ৰতলামৰ গীতা দেৱী হাস্পতালত৷ চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা ঘটনাৰ ভিডিঅ’ই সকলোকে আচৰিত কৰি তুলিছে৷ টকাৰ কাৰণে ব্যক্তিগত খণ্ডৰ হাস্পতালে কি কৰিব নোৱাৰে এই প্ৰশ্নৰো অৱতাৰণা হৈছে৷ ঘটনাৰ ভিডিঅ’ চাবলৈ নিম্মোক্ত লিংকটো ক্লিক কৰক।

https://x.com/i/status/1896920960667615527

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme