1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:24 am

জুবিন গাৰ্গলৈ ২০২১ বৰ্ষৰ চুকাফা বঁটা

  • Update Time : Friday, December 3, 2021

ডিজিটেল ডেস্কঃ ২০২১ বৰ্ষৰ অসম দিৱসত কণ্ঠশিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছে চুকাফা বঁটা। সোণাৰিত আয়োজিত চুকাফা দিৱসত কণ্ঠশিল্পীজনলৈ আগবঢ়োৱা হৈছে এই সন্মান। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰিব। প্রথম বটাঁটোৱে কণ্ঠশিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰথমবাৰৰ বাবে প্ৰদান কৰিব লগা এই বঁটা গুৱাহাটীত প্ৰদান কৰা হ’ব। সোণাৰীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত চুকাফা দিৱসত এই কথা ঘোষণা কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে। অৱশ্যে গুৱাহাটীৰ ক’ত এই বঁটা প্ৰদান কৰা হ’ব জানিব পৰা হোৱা নাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme