1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:30 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

জীৱশ্ৰেষ্ঠৰ বৰ্বৰতাক লৈ উত্তাল ছ’চিয়েল মিডিয়া

  • Update Time : Tuesday, March 12, 2024

তেজপুৰত সংঘটিত হৈছে এক হৃদয় বিদায়ক ঘটনা। জীৱশ্ৰেষ্ঠৰ বৰ্বৰতাক লৈ এতিয়া উত্তাল হৈ পৰিছে ছ’চিয়েল মিডিয়া। কিমান নিষ্ঠুৰ হ’ব পাৰে জীৱশ্ৰেষ্ঠ, এই ঘটনাই সেই প্ৰশ্নকে অৱতাৰণা কৰিছে। এটা কণমানি কুকুৰ পোৱালীক হানি-খুঁচি হত্যা কৰি আনন্দ প্ৰকাশ এটা নৰপিশাচৰ। কণমানি কুকুৰ পোৱালীটোক হত্যা কৰি কান্ধত লৈ বীৰত্ব প্ৰদৰ্শন কৰি ভিডিঅ বনাইছে এজন যুৱকে। এই নিকৃষ্ট কাণ্ডৰে জড়িত এই যুৱকৰ ঘৰ তেজপুৰত বুলি জানিব পৰা গৈছে। হত্যাকাৰী যুৱকজনৰ নাম ৰণ্টু বুলি উল্লেখ কৰিছে ভিডিঅটোত। প্ৰকৃতিপ্ৰেমী তেজপুৰৰ সৌৰভ বৰকটকীৰ লগতে ‘We Animal’ নামৰ প্ৰকৃতিপ্ৰেমী সংস্থাটোৱে তেজপুৰ সদৰ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ লগতে হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী জনাইছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme