1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:15 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

ছৌদি আৰৱত দেখিবলৈ পোৱা গ’ল পৱিত্ৰ ৰমজান মাহৰ জোন

  • Update Time : Monday, March 11, 2024

চাওঁতে চাওঁতে আহি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ। ইছলাম সমাজত এই পবিত্ৰ ৰমজান মাহৰ বহু তাত্পৰ্য নিহিত হৈ থাকে। ইতিমধ্যে ছৌদি আৰবত দেখিব পোৱা গৈছে পবিত্ৰ ৰমজান মাহৰ জোন, যাৰ পিছতে এতিয়া আনন্দৰ জোৱাৰ দেখিব পোৱা গৈছে মূছলমান সমাজৰ মাজত। জোন দেখাৰ লগে লগে পশ্চিম এছিয়াৰ কেইবাখনো দেশত সোমবাৰৰ পৰা পবিত্ৰ ৰমজান মাহৰ আৰম্ভ হ’ব উপবাস। শেহতীয়া ছৌদি অৰৱৰ এটা সংবাদ প্ৰতিষ্ঠানে জোন দেখা বুলি তথ্য সদৰী কৰিছে, অৰ্থাৎ ১১ মাৰ্চৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব পবিত্ৰ ৰমজান মাহৰ। ইয়াৰ লগতে ভাৰতকে ধৰি পাকিস্তান, বাংলাদেশত ১২ মাৰ্চৰ পৰা আৰম্ভ হ’ব পবিত্ৰ ৰমজান মাহ। এই পবিত্ৰ ৰমজান মাহতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ২৯ টা বা ৩০টা উপবাস পালন কৰিব পাৰে নে সেয়া মাহটোৰ আৰম্ভণিৰ পৰা সমাপ্তিৰ ওপৰতে নিৰ্ভৰ কৰিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme