1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:22 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ছৌদি আৰৱত দেখিবলৈ পোৱা গ’ল পৱিত্ৰ ৰমজান মাহৰ জোন

  • Update Time : Monday, March 11, 2024

চাওঁতে চাওঁতে আহি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ। ইছলাম সমাজত এই পবিত্ৰ ৰমজান মাহৰ বহু তাত্পৰ্য নিহিত হৈ থাকে। ইতিমধ্যে ছৌদি আৰবত দেখিব পোৱা গৈছে পবিত্ৰ ৰমজান মাহৰ জোন, যাৰ পিছতে এতিয়া আনন্দৰ জোৱাৰ দেখিব পোৱা গৈছে মূছলমান সমাজৰ মাজত। জোন দেখাৰ লগে লগে পশ্চিম এছিয়াৰ কেইবাখনো দেশত সোমবাৰৰ পৰা পবিত্ৰ ৰমজান মাহৰ আৰম্ভ হ’ব উপবাস। শেহতীয়া ছৌদি অৰৱৰ এটা সংবাদ প্ৰতিষ্ঠানে জোন দেখা বুলি তথ্য সদৰী কৰিছে, অৰ্থাৎ ১১ মাৰ্চৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব পবিত্ৰ ৰমজান মাহৰ। ইয়াৰ লগতে ভাৰতকে ধৰি পাকিস্তান, বাংলাদেশত ১২ মাৰ্চৰ পৰা আৰম্ভ হ’ব পবিত্ৰ ৰমজান মাহ। এই পবিত্ৰ ৰমজান মাহতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ২৯ টা বা ৩০টা উপবাস পালন কৰিব পাৰে নে সেয়া মাহটোৰ আৰম্ভণিৰ পৰা সমাপ্তিৰ ওপৰতে নিৰ্ভৰ কৰিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme