1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 4:36 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

ছেপ্টেম্বৰত ভাগ্য উদয় হ’ব এইকেইটা ৰাশিৰ লোকৰ

  • Update Time : Thursday, August 29, 2024

ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহটোৱে কেৰিয়াৰৰ ক্ষেত্ৰত ৪ ৰাশিৰ লোকৰ বাবে কঢ়িয়াই আনিছে এক সুন্দৰ খবৰ। এইসকল লোকে নতুন চাকৰি পাব পাৰে। নিবনুৱা লোকে কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে।

মেষ ৰাশি-
চৰকাৰী চাকৰি কৰা লোকসকলে পদোন্নতি পাব। মাটি আৰু সম্পত্তি ক্ৰয়-বিক্ৰয়ৰ পৰা আৰ্থিক লাভ হ’ব। খুচুৰা ব্যৱসায়ীসকলে কিছু আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

বৃষ ৰাশি-
ব্যৱসায়িক কাম-কাজ বৃদ্ধি পাব। ঋণ লোৱাৰ লগত জড়িত কামত আপুনি সফলতা লাভ কৰিব। অর্থনৈতিক পৰিস্থিতি সবল হ’ব৷

মিথুন ৰাশি-
ব্যৱসায়ত আকাংক্ষিত সফলতা লাভ কৰিব। চাকৰি কৰা লোকসকলে পদোন্নতি পাব। ধনৰ প্ৰবাহ বাঢ়িব। নতুন বাহন ক্ৰয় কৰাত ধন খৰচ হ’ব পাৰে।

কৰ্কট ৰাশি-
শ্বেয়াৰ বজাৰৰ পৰা বিপুল আৰ্থিক লাভৰ সম্ভাৱনা আছে। পইচা খৰছ হ’ব পাৰে শিক্ষাৰ ক্ষেত্ৰত। ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক। বিত্তীয় লেনদেনত কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে।

সিংহ ৰাশি-
আৰ্থিক বিষয়ত এই সপ্তাহটো শুভ হ’ব। বেংকিং আৰু বিত্তৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে আৰ্থিকভাৱে লাভৱান হ’ব।

কন্যা ৰাশি-
অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব। আপোনাৰ কেৰিয়াৰত নতুন সুযোগ পাব। কৃষিৰ লগত জড়িত লোকৰ উপাৰ্জন বৃদ্ধি পাব। ব্যক্তিগত চাকৰি কৰা লোকে পদোন্নতি পোৱাৰ সম্ভাৱনা আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme