1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:12 pm

ছিহঃ প্ৰথমে স্বামীক হত্যা আৰু তাৰ পিছত পুত্ৰৰ আগত মাতৃক বলাৎকাৰ কৰিলে ৰুছ সেনাই…

  • Update Time : Tuesday, March 29, 2022

ডিজিটেল ডেস্কঃ ইউক্ৰেইনত সংঘটিত হোৱা এটা ঘটনাই কপাঁই তুলিব আপোনাৰো বুকু। শেহতীয়াকৈ এই ঘটনাটোৱে আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে। ইউক্ৰেইনৰ এগৰাকী সাংসদে দাবী কৰিছে যে, ৰুছ সেনাই ইউক্ৰেইনৰ এগৰাকী মহিলাৰ স্বামীক হত্যা কৰি সন্তানৰ সন্মুখতে অতি বৰ্বৰতাৰে ধৰ্ষণ কৰিছে।

ইউক্ৰেইনৰ মহিলা সাংসদ মাৰিয়া মঞ্জেডসেৱাই আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যম স্কাই নিউজৰ এক সাক্ষাতকাৰত এই ভয়ংকৰ তথ্য পোহৰলৈ আনিছে। ইফালে ডেইলী মেইলত প্ৰকাশিত খবৰ অনুসৰি, কীভৰ নিৱাসী আছিল সেই মহিলাগৰাকী। সাংসদগৰাকীয়ে দাবী কৰিছে যে, কেৱল এই মহিলাগৰাকীয়ে নহয় ইউক্ৰেইনত বিগত এমাহত বহু জীয়ৰী-বোৱাৰীৰ ওপৰত নিৰ্যাতন চলাই আহিছে ৰুছ সেনাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme