1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 6:26 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

ছানী লিয়নিয়ে যদি দিয়ে নিযুক্তি পৰীক্ষা, তেন্তে কি থাকিল চাকৰিৰ মৰ্যদা!

  • Update Time : Monday, February 19, 2024

আৰক্ষী কনিষ্টবল নিযুক্তিৰ পৰীক্ষাত আবেদনময়ী অভিনেত্রী ‘ছানী লিয়নি’ বহাক লৈ উত্তৰ প্ৰদেশত ব্যাপক চাঞ্চল্য আৰু প্রতিক্রিয়াৰ সৃষ্টি হৈছে। দেওবাৰে অনুষ্ঠিত হোৱা পৰীক্ষাত ৬০,২৪৪ পদৰ বাবে প্রায় ৪৮ লাখ প্রার্থীয়ে পৰীক্ষা দিয়ে। ইয়াৰে ১৫ লাখ যুৱতী। ইয়াৰ মাজতে এখন এডমিট কার্ডত ছানী লিয়নিৰ নাম আৰু ফটো সন্নিবিষ্ট হোৱাটো ধৰা পৰাত বিভাগত তোলপাৰ লাগে। কনৌজ জিলাৰ শ্ৰীমতী সোণশ্রী স্মাৰক বালিকা মহাবিদ্যালয়ৰ পৰীক্ষাগৃহত এখন আসন খালী আছিল। বিভাগে পৰীক্ষাত নবহা পৰীক্ষাৰ্থীজনৰ সবিশেষ তথ্য চালি-জাৰি চোৱাৰ পিচতে এডমিট কার্ডত ছানী লিয়নিৰ নাম-ফটো ধৰা পৰে। ইয়াৰ পিচতে আৰক্ষীৰ চাই বাৰ শাখাই এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আবেদনপত্রখন কাছগঞ্জ জিলাত কৰা হৈছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme