1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:23 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

চৰকাৰে নোৱাৰে পদ্ম মেধিয়ে পাৰে

  • Update Time : Thursday, November 23, 2023

যি কাম ইমানবছৰে চৰকাৰে কৰিব নোৱাৰিলে, এজন মানুহে কিন্তু সম্ভৱ কৰি তুলিলে।
অসমৰ গোলাঘাটৰ ধনশিৰি নদীৰ ওপৰত সমাজৰ কাম কৰি ভালপোৱা পদ্ম মেধিৰ দ্বাৰা নিৰ্মিত
হ’ল আটাইতকৈ দীঘল বাহঁৰ দলং। তেওঁ দলংখন নিৰ্মাণৰ নামত খৰচ কৰিলে ৪ লাখ টকা।
ব্যৱহৃত হ’ল ৫,০০০ বাঁহ। যাতায়তৰ ক্ষেত্ৰত হাজাৰ হাজাৰ লোকে অসুবিধাৰ সন্মুখীন হৈ জীৱন নিৰ্বাহ কৰিছিল।
যাৰ বাবে ২০ খন গাৱৰ সুবিধা হোৱাকৈ পদ্ম মেধি নামৰ লোকজনে কৰিলে এই কাম।
উল্লেখযোগ্যযে, ২০ খন গাঁৱত এম্বুলেন্স সেৱা বন্ধ হৈ আছে দীৰ্ঘদিনধৰি।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme