1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 18, 2024, 11:47 pm

চুমি বৰাৰ আত্মসমৰ্পণৰ পিছত কান্দি কান্দি কলে মোক কোনেও ভাল নাপায়!

  • Update Time : Thursday, September 12, 2024

চুমি বৰা আৰু তাৰ্কিক বৰাৰ আত্মসমৰ্পণৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই চুমি আৰু তাৰ্কিকে দিছে বিশেষ ভাষ্য৷
ভাষ্যত তাৰ্কিক আৰু চুমিয়ে কয়, আমি আত্মসমৰ্পণৰ বাবে অধিবক্তাৰ সৈতে যোগাযোগ কৰিছিলো৷ ডিজিপিৰ সৈতেও যোগাযোগ কৰিছিলো৷ ট্ৰেডিঙৰ বাবে মোৰ যিকেইজন বন্ধুক গ্ৰেপ্তাৰ কৰিছে তেওঁলোক ট্ৰেডিঙৰ সৈতে
জড়িত নহয়। চুমিক মই ২০১৭ চনৰ পৰা চিনি পাওঁ, ৮বছৰ ৰিলেছনত থাকি আমি বিবাহপাশত আৱদ্ধ হৈছো। চুমিক মই কেতিয়াও সন্দেহ কৰিব নোৱাৰো, আমি এজনে আনজনক সন্মান কৰোঁ৷ চুমি বৰাই কান্দি কান্দি
কৈছে, মোক কোনেও ভাল নাপায়। কোনেও মোৰ ভাল নিউজ নবজায়, কোনেও মোক বিহু ফাংচনলৈ নামাতে। মই কান্দিব বিচৰা নাছিলো, কিন্তু চকুপানী উলাই গৈছে। মই ইমান কষ্ট কৰি কেৰিয়াৰ টো বনাইছিলে এতিয়া
মোৰ কি হ’ব, কোনে মোক কাম দিব?

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme