1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:47 pm

চীনৰ যাত্ৰীবাহী বিমান বয়িং ৭৩৭ দুৰ্ঘটনাগ্ৰস্ত…

  • Update Time : Monday, March 21, 2022

ডিজিটেল ডেস্কঃ চীনৰ এখন যাত্ৰীবাহী বিমান বয়িং ৭৩৭ দুৰ্ঘটনাগ্ৰস্ত হয়। কুনমিঙৰ পৰা গুৱাংচি অভিমুখী যাত্ৰা কৰিছিল বিমানখন। চিচিটিভিয়ে জনোৱা অনুসৰি এই দুৰ্ঘটনাত ১৩৩ জন লোক নিৰুদ্দেশ হৈ আছে। এই ঘটনাটো চীনৰ গুয়াংছি অঞ্চলৰ ৱুঝৌ চহৰৰ গ্ৰাম্য অঞ্চলত সংঘটিত হয় আৰু পাহাৰত সৰি পৰি জুই লাগে। চিচিটিভিৰ সম্প্ৰচাৰ অনুসৰি ঘটনাস্থলীলৈ উদ্ধাৰকাৰীৰ দল প্ৰেৰণ কৰা হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme