1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:27 am

ঘৰৰ ভিতৰৰ সজ্জাটোৱেই হৈছে ৰুচিৰ পৰিচয়, আলহী অহাৰ আগতে কি কি দিশত বিশেষ গুৰুত্ব দিব?

  • Update Time : Wednesday, July 17, 2024

নিজৰ ঘৰখন সজাই ৰখাত সকলোৱে গুৰুত্ব দিয়ে৷ ধুনীয়াকৈ ঘৰখন সজাই ৰাখিলে নিজৰ ঘৰখন ধুনীয়া দেখাৰ লগতে আলহী আহিলেও আকৰ্ষিত হ’ব আপোনাৰ ঘৰখনৰ প্ৰতি৷
কেনেকৈ সজাই ৰাখিব নিজৰ ঘৰখন তাৰ প্ৰতি ৰাখক লক্ষ্য-
. নিজৰ ঘৰখনৰ কোঠালিবোৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব৷ ধূলি পৰিলেই চফা কৰি ৰাখিব৷ কোঠালিত থকা বয় বস্তু সমূহ সদায় পৰিষ্কাৰ কৰিব৷
. বিভিন্ন ব্যক্তিগত পছন্দ, ছবি, আৰু শিল্পকৰ্মই আপোনাৰ আগ্ৰহ আৰু অভিজ্ঞতাৰ বিষয়ে চিনাকি দিব পাৰে৷
. যদি আপোনাৰ ঘৰত পোহনীয়া জন্তু আছে আৰু জন্তু সমূহৰ মলৰ গোন্ধ ওলায়, তেন্তে উপযুক্ত ব্যৱস্থা লোৱাটো প্ৰয়োজনীয়। পোহনীয়া জন্তুৰ বিচনা পৰিষ্কাৰ কৰি ৰাখক। ঘৰত যদি পোহনীয়া জন্তুৰ চুলি আদি থাকে তেন্তে পৰিষ্কাৰ কৰি ৰখাটোও স্বাস্থ্যকৰ।
. ঘৰখনত কোনো ধৰণৰ গোন্ধ ওলালে সুগন্ধি ধূপ বা চাকি জ্বলাব৷
. ঘৰখনৰ পাকঘৰ, বাথৰুম সদায় পৰিষ্কাৰ কৰি ৰাখক৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme