1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 2:45 pm
Trending:
আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу

ঘৰৰ ভিতৰত এই ৫টা বস্তু ৰাখিলে আপুনি কেতিয়াও ধনী নহয়…

  • Update Time : Friday, July 1, 2022

ডিজিটেল ডেস্কঃ কেতিয়াবা আপুনি লক্ষ্য কৰেনে! কিছুমান মানুহে বহু কষ্ট কৰে কিন্তু সেইমতে তেওঁলোকৰ আৰ্থিক দিশটো সবল হৈ নুঠে। টকা-পইচাৰ ফালৰ পৰা কেৱল তেওঁলোক অভাৱতে দিন পাৰ কৰে। বাস্তু শাস্ত্ৰৰ মতে কোনো এখন ঘৰত যদিহে তলত দিয়া ৫টা বস্তু ৰখা হয়, তেতিয়া ঘৰখনলৈ আৰ্থিক দিশত এনে ভয়ংকৰ পৰিস্থিতি নামি আহে আৰু কেতিয়াও ধনৰ অভাৱে পিছ নেৰে।

বাস্তু শাস্ত্ৰৰ মতে, এখন ঘৰত তাজমহলৰ ফটো কেতিয়াও ৰাখিব নালাগে। যদিহে তাজমহলৰ ফটো ৰখা হয়, তেতিয়া ঘৰখনলৈ অশান্তি নামি আহে বুলি ধাৰণা কৰা হয়।

দ্বিতীয়তে, এখন ঘৰত কেতিয়াও মহাভাৰতৰ যুদ্ধৰ ফটো ৰাখিব নালাগে। যদিহে এনে ফটো ৰখা হয় তেতিয়া সেই ঘৰখনৰ আৰ্থিক দিশটো কেতিয়াও সবল নহয়।

তৃতীয়তে, কোনো বৈদ্যুতিক তাঁৰ বা কেবল যদিহে পাঁক খাই বা জোঁট লাগি থাকে, তেতিয়া কেতিয়াও এজন লোকৰ আৰ্থিক স্থিতি সবল নহয়। গতিকে, মোবাইলৰ ছাৰ্জাৰ বা হেডফোন সকলো কেবলেই পৰাপক্ষত ভালকৈ থব লাগে।

চতুৰ্থতে, পানী পৰি থকা বেয়া হোৱা টেপ কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে। তেনে টেপ ঘৰৰ অশুভ কাৰকক প্ৰাধান্য দিয়ে। গতিকে তেনে টেপ যদি ঘৰত আছে, তেন্তে আজিয়েই মেৰামতি কৰি লওঁক।

পঞ্চমতে, ঘৰৰ ভিতৰত কেতিয়াও শুকাই যোৱা ফুল নাৰাখিব। এনে ফুল ৰাখিলে সেই ঘৰখনত কেতিয়াও অভাৱ দুৰ নহয়। বাস্তু শাস্ত্ৰৰ মতে, এইকেইটা বস্তু ঘৰৰ ভিতৰত ৰাখিলে ঘৰখনত কেতিয়াও লক্ষ্ণীয়ে থিতাপি নলয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme