1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:03 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

– গৰমত লৰা-ঢপৰা কৰি আহি ফ্ৰিজৰ শীতল পানী পান নকৰিব!

  • Update Time : Tuesday, September 10, 2024

গৰমত লৰা-ঢপৰা কৰি আহি ফ্ৰিজৰ শীতল পানী পান কৰাটো আপোনাৰ অভ্যাস নেকি? যদিহে অধিক শীতল পানী খোৱাৰ অভ্যাস গঢ়ি তুলিছে,
তেতিয়াহ’লে ইয়ে আপোনাৰ শৰীৰৰ মাৰাত্মক ক্ষতি কৰিব পাৰে। শৰীৰ চৰ্চা বা কাম কৰাৰ পিছতো অধিক শীতল পানী খোৱা উচিত নহয়। কাৰণ শৰীৰ চৰ্চাৰ পিছত দেহৰ
তাপমাত্ৰা স্বাভাৱিক অৱস্থাতকৈ বেছি পৰিমাণে বৃদ্ধি পায়। এই সময়ত ঠাণ্ডা পানী খোৱাৰ ফলত ইয়ে দেহৰ তাপমাত্ৰাৰ লগত বাহিৰৰ পৰিৱেশৰ তাপমাত্ৰাৰ সামঞ্জস্য ৰখাত
ব্যৰ্থ হয়। ফলত হজমৰ সমস্যাই দেখা দিয়ে। আহাৰ খোৱাৰ পিছত ঠাণ্ডা পানী খোৱাটো একেবাৰে পৰিহাৰ কৰা উচিত। কাৰণ ইয়াৰ ফলত শ্বাসনলীত শ্লেষ্মাৰ অতিৰিক্ত
আৱৰণ সৃষ্টি হয়। যিয়ে সংক্ৰমণৰ সম্ভাৱনা অধিক বৃদ্ধি কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme