1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 12:39 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

গৃহত লক্ষ্মী মাৰ আশীৰ্বাদ বৰ্তি থাকিবলৈ এইকেইটা কাম নকৰিব?

  • Update Time : Wednesday, May 15, 2024

প্ৰতিজন লোকে নিজৰ ঘৰখনৰ ওপৰত লক্ষ্মী মাৰ আশীৰ্বাদ বৰ্তাই ৰাখিব বিচাৰে৷ কিন্তু কোনোবাখিনিত যেন লক্ষ্মী মাক সন্তুষ্ট কৰাত ব্যৰ্থ হৈ পৰে৷ কেৱল ধূপ-ধূনা দি সেৱা কৰা মানেই লক্ষ্মী মা সন্তুষ্ট নহয়৷
মাক সন্তুষ্ট কৰিবলৈ আপুনি সেইমতে কৰ্মও কৰিব লাগিব৷ আৰু এনে বহু কাম আছে যিবোৰ আমি কৰাৰ বাবে মা লক্ষ্মী কেতিয়াও সন্তুষ্ট নহয়৷ লক্ষ্মী মাক সন্তুষ্ট কৰিবলৈ ভূলতো নকৰিব এইকেইটা কাম-
. সন্ধিয়া ঘৰৰ গৃহিণী কেতিয়াও শুই নাথাকিব৷
. পৰাপক্ষত গৰৰ মুৰব্বী তথা গিৰিহঁতক উচ্চ স্বৰত কথা নকব৷
. সন্ধিয়া ঘৰ ঝাৰু নিদিব৷
. আনে নেদেখাকৈ ঝাৰু লুকুৱাই ৰাখিব৷
. ভাত খাবলৈ বহি কেতিয়াও কাজিয়া নকৰিব৷
. ভাত খাই উঠি ভাতৰ কাঁহীত হাত নুধুব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme