1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 2:32 pm

গুৱাহাটী কিদৰে হৈছিল ‘জামতাৰা’,FBI, INTERPOL-ৰে যোগাযোগ আৰক্ষীৰ

  • Update Time : Thursday, September 21, 2023

Indian Cyber Crime Cordination Centreৰ সহায় লৈছে ক্ৰাইম ব্ৰাঞ্চে ,FBI, INTERPOL আৰু CBI-ৰে যোগাযোগ গুৱাহাটী আৰক্ষীৰ৷SBI আৰু RBI-ৰো সহায় লৈছে অসম আৰক্ষীয়ে দেশৰ অন্য ৰাজ্যত পূৰ্বে আৰক্ষীয়ে উৎখাত কৰিছিল এনে কল চেণ্টাৰ৷ তেনে চাইবাৰ নেটৱৰ্কৰ কথাও সদৰি কৰিছে অসম আৰক্ষীয়ে
হাৱালা চক্ৰটোত জড়িত সকলৰ তথ্যও লাভ কৰিছে ক্ৰাইম ব্ৰাঞ্চে

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme