1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:27 am

গুৱাহাটীলৈ আহিছে কোন কোন? হাইপ্ৰফাইল উদ্যোগপতিৰে ভৰিছে গুৱাহাটী…

  • Update Time : Monday, February 24, 2025

প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ উপস্থিতি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বিনিয়োগৰ শিখৰ সন্মিলন Advanatge Assam 2.0 ক লৈ ৰাজধানী মহানগৰীক সজাই পৰাই তোলা হৈছে। দেশৰ লগতে বিদেশৰো বহুকেইগৰাকী উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিব লগীয়া Advanatge Assam 2.0-তৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে ১ লাখ ২২ হাজাৰ কোটি টকাৰ বিনিয়োগত ৰাঅনুমোদন জনাইছে।
এই বিনিয়োগ সন্মিলনতেই বহুকেইটা প্ৰতিষ্ঠান মুকলি কৰাৰ লগতে আন্তঃগাঁথনি নিৰ্মাণৰ বহু কেইখন বুজা-বুজিৰ চুক্তি সাক্ষৰ হ’ব। ৰাজ্যৰ লগতে দেশৰ অৰ্থনৈতিক আৰু উদ্যোগিক ক্ষেত্ৰখনত জাগৰণৰ সৃষ্টি কৰিব লগীয়া Advanatge Assam 2.0 ৰ বাবে দেশী-বিদেশী প্ৰসিদ্ধ উদ্যোগপতি আৰু বাণিজ্যিক প্ৰতিনিধিৰে ভৰি পৰিছে গুৱাহাটী মহানগৰী। আপোনাৰ নিচেই আপোন মহানগৰীত আহিছে কোন কোন? জানক সবিস্তাৰে। Advanatge Assam 2.0-ত অংশগ্ৰহণ কৰিবলৈ আহিবলগীয়া অতিথিসমূহৰ নাম নিম্নলিখিত।

Advanatge Assam 2.0 ৰ অতিথি সমূহ

মুকেশ আম্বানী, অধ্যক্ষ, ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেড, গৌতম আদানী, আদানী গ্রুপ , এন চন্দ্ৰশেখৰণ, অধ্যক্ষ, টাটা ছনছ , অনিল আগৰৱাল, অধ্যক্ষ, বেদান্ত Ltd. , সজ্জন জিন্দাল, অধ্যক্ষ, JSW, প্রশান্ত ৰুইয়া, CEO, ACCER, অনিল ছালামেছেট্টী, MD, CEO, গ্রীণকো, অভিজিৎ বৰুৱা, প্রিমিয়াৰ ক্ৰায়’জেনিক, অনুপম ডেকা, SRD গ্রুপ ADVA, সাৱিত্ৰী জিন্দাল, জিন্দাল গ্রুপ, সংগীতা জিন্দাল, জিন্দাল গ্রুপ
বি কে গোৱেংকা, অধ্যক্ষ, ৱেলস্পান, ৰোহিত জাৱা, CEO হিন্দুস্তান লিভাৰ, ৰণধীৰ ঠাকুৰ, CEO, টাটা ইঞ্জিনীয়াৰিং, কাইজাদ এম ভাৰুচা, MD, CEO, HDFC, ৰঞ্জিত ৰথ, CMD, অইল, তৰুণ চাৱা, NOKIA INDIA ,অক্ষয় মুন্দ্রা, CEO, ভোডাফোন ,পংকজ পাৱাৰ, CEO, MD, ৰিলায়েঞ্চ জিঅ’ ইনফ’কম লিমিটেড, মালিনী নাৰায়ণামূর্তি, ৰেনেছাছ, ইণ্ডিয়া কাণ্ডী মেনেজাৰ, সুশীল পাল, CEO, ISM, ষ্টিফেন ছেম আলগাৰ, কেয়াৰ্ণ, বেদান্ত, সৌগত ঘোষ, মেথিছন হাইড্র’জেন প্রাইভেট লিমিটেড, বিবেক লোহিয়া, MD, জুপিটাৰ ৱেগনছ, মিঅ’ অ’কা, ADB ,পল প্ৰ’চী, মেনেজাৰ, অপাৰেচন, বিশ্ব বেংক, INRM,
ডি জে পাণ্ডিয়ান, নিউ ডেভেলপমেন্ট বেংক,পল ভি জেনছেন, MD ইউৰোপিয়ান বিজনেছ এণ্ড টেকনল’জি চেণ্টাৰ, চিয়াৰা ক’ৰাজ্জা, সভাপতি, CCC, জ্যা ভেছ পেৰিছট, CEO, ছিমৰাইজ এ জি,
মদন প্ৰসাদ বেজবৰুৱা, সচিব প্রধান ,ST হোটেল এছ’চিয়েছন অৱ ইণ্ডিয়া, বিবেক কুমাৰ দেবাংগন, CMD, REC লিমিটেড, অমিত সিং, CEO, আদানী গ্রীণ এনার্জী , প্ৰবীৰ সিনহা, CEO, MD, টাটা পাৱাৰ কোম্পানী, ৰাজ মল্লিক, CEO, বায়’এনার্জী বিজনেছ, RIL, সঞ্জয় কুমাৰ, CEO, জিঅ’স্পেচিয়েল ৱৰ্ল্ড, এ জে ৰ’বাৰ্ট জে ৰবি, CMD, BSNL,অজয় চৌধুৰী, HCL Ltd, আৱাইজ আহমেদ, CEO, পিক্সেল স্পেচ, হৰি কুমাৰ, COO, গোৱেংকা, সঞ্জয় নিকান্তী, CEO, ধ্ৰুৱ স্পেচ, আজাদাৰ খান, SVP, ছান ফার্মা, আচার্য বালাকৃষ্ণ, পতঞ্জলি, আয়ুর্বেদ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme