1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 9:25 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

গুৱাহাটীত নাথাকিব নেকি ফাঁচিবজাৰ? কি ক’লে মেয়ৰ মৃগেন শৰণীয়াই?

  • Update Time : Sunday, December 10, 2023

কিছুদিন পূৰ্বে গুৱাহাটীৰ পৌৰনিগমৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ফাঁচীবজাৰৰ ব্যৱসায়ীসকলক লৈ এই বৈঠকখন অনুষ্ঠিত হয়। বৈঠকখনত ফাঁচীবজাৰৰ ব্যৱসায়ীসকলৰ লগতে উপস্থিত থাকে গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া। ফাঁচীবজাৰ স্থানান্তৰ কৰা আৰু জেল চৌহদৰ ভিতৰত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ সন্দৰ্ভত অনুষ্ঠিত হৈছিল বৈঠকখন। বৈঠকখনত মৃগেন শৰণীয়াৰ মন্তব্য কৰে যে উত্তৰ গুৱাহাটীটো ব্যৱসায় কৰিব পাৰিব ফাঁচীবজাৰৰ ব্যৱসায়ীসকলে। কিন্তু জেল চৌহদত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা কথাটো সহজভাৱে মানি ল’ব পৰা নাই ফাঁচীবজাৰ ব্যৱসায়ী সন্থাই। উত্তৰ গুৱাহাটীতো নতুন ফাঁচীবজাৰ উঠাৰ মন্তব্য প্ৰকাশ কৰিলে মৃগেন শৰণীয়াই ইয়াৰোপৰি জাবৰ নিষ্কাষনৰ ওপৰতো মন্তব্য মেয়ৰগৰাকীৰ। এতিয়াৰ পৰা য’তে-ত’তে জাবৰ পেলালে ভৰিব লাগিব জৰিমনা, বৰ্ধিত প্ৰদূষণক লৈ বৰ্তমান সতৰ্ক হৈ পৰিছে গুৱাহাটী পৌৰনিগম। পৰৱৰ্তী সময় পুনৰ বৈঠকত মিলিত হ’ব ফাঁচীবজাৰ ব্যৱসায়ী সন্থা আৰু গুৱাহাটী পৌৰনিগম।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme