1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:37 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

গুৱাহাটীত নাথাকিব নেকি ফাঁচিবজাৰ? কি ক’লে মেয়ৰ মৃগেন শৰণীয়াই?

  • Update Time : Sunday, December 10, 2023

কিছুদিন পূৰ্বে গুৱাহাটীৰ পৌৰনিগমৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ফাঁচীবজাৰৰ ব্যৱসায়ীসকলক লৈ এই বৈঠকখন অনুষ্ঠিত হয়। বৈঠকখনত ফাঁচীবজাৰৰ ব্যৱসায়ীসকলৰ লগতে উপস্থিত থাকে গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া। ফাঁচীবজাৰ স্থানান্তৰ কৰা আৰু জেল চৌহদৰ ভিতৰত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ সন্দৰ্ভত অনুষ্ঠিত হৈছিল বৈঠকখন। বৈঠকখনত মৃগেন শৰণীয়াৰ মন্তব্য কৰে যে উত্তৰ গুৱাহাটীটো ব্যৱসায় কৰিব পাৰিব ফাঁচীবজাৰৰ ব্যৱসায়ীসকলে। কিন্তু জেল চৌহদত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা কথাটো সহজভাৱে মানি ল’ব পৰা নাই ফাঁচীবজাৰ ব্যৱসায়ী সন্থাই। উত্তৰ গুৱাহাটীতো নতুন ফাঁচীবজাৰ উঠাৰ মন্তব্য প্ৰকাশ কৰিলে মৃগেন শৰণীয়াই ইয়াৰোপৰি জাবৰ নিষ্কাষনৰ ওপৰতো মন্তব্য মেয়ৰগৰাকীৰ। এতিয়াৰ পৰা য’তে-ত’তে জাবৰ পেলালে ভৰিব লাগিব জৰিমনা, বৰ্ধিত প্ৰদূষণক লৈ বৰ্তমান সতৰ্ক হৈ পৰিছে গুৱাহাটী পৌৰনিগম। পৰৱৰ্তী সময় পুনৰ বৈঠকত মিলিত হ’ব ফাঁচীবজাৰ ব্যৱসায়ী সন্থা আৰু গুৱাহাটী পৌৰনিগম।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme