1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:48 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

গাজৰৰ ৰসৰ উপকাৰিতা জানিলে আচৰিত হৈ পৰিব আপুনি

  • Update Time : Friday, May 31, 2024

গাজৰ সদায়ে চকুৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াৰ লাভালাভ ইয়াতে শেষ হয়। গাজৰত থকা ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্টে এই পাচলিটো শৰীৰৰ আন অংশৰ বাবেও উপকাৰী কৰি তোলে। গাজৰ ভিটামিন A,C আৰু Kৰে সমৃদ্ধ, সেয়েহে ই ছালৰ বাবেও খুবেই উপকাৰী । গতিকে গাজৰ ভাজি খোৱাতকৈ বা হালোৱা বনাই খোৱাতকৈ কেচাঁ গাজৰৰ ৰস খাওঁক৷ গতিকে আহক জানো গাজৰে আৰু কেনেদৰে আপোনাক সহায় কৰিব পাৰে,
. গাজৰৰ ৰসত থকা ভিটামিন-A আৰু C-য়ে শৰীৰক ফ্ৰী-ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰে । ইয়াত ভিটামিন-B6 থাকে, যি ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে উপকাৰী প্ৰমাণিত হয়।
. গাজৰৰ ৰস বেক্টেৰিয়াৰ বাবে ভাল, যি ডায়েবেটিচৰ সৈতে সম্পৰ্কিত৷
. গাজৰৰ ৰসত পটাছিয়াম থাকে, যি ৰক্ত নলীবোৰ পাতল কৰাত সহায় কৰে আৰু ৰক্তচাপৰ স্তৰ হ্ৰাস কৰে, লগতে ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme