গাখীৰ চাহ আপোনাৰ প্ৰিয় নেকি? ৰাতিপুৱা খালী পেটতে গাখীৰ চাহ খোৱাৰ অভ্যাস আছে নেকি আপোনাৰ? তেন্তে এই অভ্যাস এৰক ততালিকে অন্যথা বিপদ আপোনাৰ৷ এই গাখীৰ চাহে কাল মাতি আনিব পাৰে আপোনাৰ জীৱনলৈ৷ নিতৌ গাখীৰ চাহ খালে আক্ৰান্ত হ’ব পাৰে জটিল ৰোগত৷ যদি গাখীৰ চাহ খাই ভাল পাই তেন্তে আজিয়ে পৰিত্যাগ কৰক৷ গাখীৰ চাহ খালে হ’ব পাৰে আপোনাৰ ভিন্ন ৰোগ৷
জানি লওঁক সৱিশেষ,
. চেনী দিয়া গাখীৰ চাহে ডায়েবেটিছ বৃদ্ধি কৰে৷
. গাখীৰ চাহে আপোনাৰ ওজন বঢ়াব৷ গতিকে ওজন কমাবলৈ চেষ্টা কৰা লোকে গাখীৰ চাহ নোখোৱাই ভাল৷
. চেনী দিয়া গাখীৰ চাহে কলেষ্টৰল বৃদ্ধি কৰে যাৰ বাবে হৃদৰোগৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পায়৷