1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:50 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

গহপুৰৰ তিনিকোণীয়াত এটি আঢ়ৈ মহীয়া শিশুৰ চাঞ্চল্যকৰ মৃত্যু!

  • Update Time : Thursday, June 13, 2024

গহপুৰৰ নলনীবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত তিনিকোণীয়াত এটি আঢ়ৈ মহীয়া শিশুৰ মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। নলনীবাৰীৰ ছাহজাহান আলি আৰু পাৰবিন চোলতানাৰ আঢ়ৈ মহীয়া কন্যা সন্তানক তিনিটাকৈ বেজী দিয়াৰ পিছতে মৃত্যু হয় কনমানি কন্যা সন্তানটিৰ। নলিনীবাৰী অংগবাদী কেন্দ্ৰত এগৰাকী ANM নাৰ্ছে বুধবাৰে দিনৰ ভাগত দিছিল বেজী।তাৰ পিছতে আজি পুৱতি নিশা শিশুটিৰ মৃত্যু হয়। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। উল্লেখ্য যে শিশুটি সন্ধিয়া ভাগৰ পৰা জ্বৰত ভোগাৰ ওপৰিও মুখেৰে তেজ আৰু ফেন উলাই থকা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত মৃতকৰ পৰিয়ালৰ লোকে উচিত তদন্ত কৰি ন্যায় দিয়াৰ দাবী তুলিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme